Munukon Gogoi

Munukon Gogoi DY বিহুৰাণী -২০২৪
Jettwings Bihu কুঁৱৰী Hunt 2023 Winner👑
Contact: 7002817371
(2)

08/09/2026

সকলোৰে নিজা এক যাত্ৰা আৰু নিজা এক জীৱন❤️

Good evening 🫶🏻 fans
07/09/2026

Good evening 🫶🏻

fans

Two wheels, one soul, zero limits 💚 😍   ❤️
06/09/2026

Two wheels, one soul, zero limits 💚

😍 ❤️

05/09/2026

সমুহ শিক্ষাগুৰুকে, শিক্ষক দিৱস’ৰ
আন্তৰিক শুভেচ্ছা ও শ্রদ্ধা
জ্ঞাপন কৰিলোঁ।🙏

খং ক্ষণিকৰ... ফল কিন্তু চিৰদিনৰ👍
04/09/2026

খং ক্ষণিকৰ...
ফল কিন্তু চিৰদিনৰ👍

“পৰম আৰাধ্য, ত্ৰিজগতৰ পতি শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পৱিত্ৰ ক্ষণত আপোনালোক সকলোলৈ জনালোঁ আন্তৰিক শুভেচ্ছা” ❤️
03/09/2026

“পৰম আৰাধ্য, ত্ৰিজগতৰ পতি শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পৱিত্ৰ ক্ষণত আপোনালোক সকলোলৈ জনালোঁ আন্তৰিক শুভেচ্ছা” ❤️

২৫ দিনত ১ লাখ views মোৰ কাৰণে ইমান সহজ নহয়।নতুনকৈ যেতিয়া কাম এটা কৰা যায় তেতিয়া মনত যথেষ্ঠ ভয় থাকে , কামটো বা কেনেকোৱা হ...
03/09/2026

২৫ দিনত ১ লাখ views মোৰ কাৰণে ইমান সহজ নহয়।নতুনকৈ যেতিয়া কাম এটা কৰা যায় তেতিয়া মনত যথেষ্ঠ ভয় থাকে , কামটো বা কেনেকোৱা হব মানুহে আদৰি লব নে নলয়, যেতিয়া গম পাঁও যে আপোনালোকে সেই কামটোক অন্তৰেৰে গ্ৰহন কৰিছে তেতিয়া মনটো শান্তি পোৱা যায় । প্ৰথম বাৰৰ বাবে দিহা নাম এভাগ বাণীবদ্ধ কৰি আপোনালোকৰ বাবে আগবঢাই দিছিলো ইমান ধুনীয়াকৈ আদৰি লোৱাৰ বাবে অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ❤️🙏

Address

Dhemaji

Alerts

Be the first to know and let us send you an email when Munukon Gogoi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Munukon Gogoi:

Shortcuts

Share