Romesh Boiragi

Romesh Boiragi -W€l¢om€ t♂ m¥ wo®ld🌍
-😘fírѕt cruѕh mч mσm…
-W●₹k h@rd🔨
-$¡πgl€ ✌
-Z¡dd¡ b●¥cricket αddíctєd…

30/08/2026

সকলো শেষ হৈ নিমিষতে ?
কাৰোবাৰ ঘৰ ?
কাৰোবাৰ জীৱন ?


30/08/2026

অসম কেৱল এখন ঠাই নহয়… ❤️
অসম মোৰ পৰিচয়, মোৰ গৌৰৱ, মোৰ আবেগ।
৩৫খন জিলাৰে গঠিত এই সেউজীয়া ভূমিখনৰ প্ৰতিটো কোণতেই লুকাই আছে আমাৰ ইতিহাস, সংস্কৃতি আৰু ভালপোৱা। 🌿❤️
দূৰত থাকিলেও হৃদয়ত সদায় অসম।
জয় আই অসম! ❤️🙏”
#জয়আইঅসম #অসম #অসমীয়া #অসমৰগৌৰৱ ❤️

28/08/2026

এনে অলপ চেষ্টা কৰিছোঁ ।

28/08/2026

অসমৰ সমস্যাবোৰ কেতিয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য হ’ব?
অসমতো ভাৰতৰেই এখন ৰাজ্য—তেন্তে অসমৰ মানুহৰ দুখ-কষ্টৰ মূল্য কিয় সমান নহ’ব?

বছৰৰ পিছত বছৰ বানপানী, গৰাখহনীয়া আৰু বিভিন্ন সমস্যাই অসমৰ মানুহক জুৰুলা কৰি আহিছে। দেশৰ আন ঠাইৰ দুৰ্যোগত সহায়ৰ হাত আগবঢ়োৱাটো নিশ্চয় ভাল কথা, কিন্তু অসমৰ মানুহৰ কষ্টৰ কথাও সমান গুৰুত্বৰে ভাবিব লাগিব।

অসমৰ সমস্যাও ৰাষ্ট্ৰীয় সমস্যা হিচাপে গুৰুত্ব পাওক—এয়াই আমাৰ দাবী। 🇮🇳❤️

#অসম #অসমৰবান #অসমৰদাবী #অসমৰমানুহ

নেপালত বানপানীৰ বি*ধ্বং*সী ৰূপ🥲🥲🥲ছেকেণ্ডত সকলো শে*ষ হৈ গ'ল 😭😭😭
27/08/2026

নেপালত বানপানীৰ বি*ধ্বং*সী ৰূপ🥲🥲🥲
ছেকেণ্ডত সকলো শে*ষ হৈ গ'ল 😭😭😭

Address

Dhemaji

Alerts

Be the first to know and let us send you an email when Romesh Boiragi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Romesh Boiragi:

Shortcuts

Share