Dhrubajyoti Dhemaji

Dhrubajyoti Dhemaji Dhemaji All News Channel Owner
সত্য পক্ষত মাত মাতিম
Page খন আাগবঢ়াই নিয়াত সহায় কৰিব 🙏

গোলাঘাট টাউন 😊
30/01/2024

গোলাঘাট টাউন 😊

28/04/2023

সামাজিক খেচেৰা প্ৰাণীয়োঁ ভাগ আছে কিন্তু এইবোৰ প্ৰাণীৰ পৰা আজি-কালি আমি নিজৰ মা-দেউতা অথবা পৰিয়ালৰ লগত একেলগে বহি ভিডিঅ’ এটা চাব নোৱাৰা হৈছোঁ একমাত্ৰ এনে নমুনাকাৰী ভিডিঅ’বোৰৰ পৰা ৷৷ ধিক্কাৰ ধিক্কাৰ ধিক্কাৰ ৷৷
আৰু এইখিনিতে কওঁ যে মোক ক্ষমা কৰিব ৰাইজ উক্ত ভিডিঅ’টিত মোৰোঁ সামাণ্য ভুল এটা হৈছে প্ৰথম Seen টোত মই ভুলৱসত Blure কৰি দিবলৈ পাহৰি গ’লোঁ ৷ ইয়াক লৈ মোক আপোনালোঁকে বিতৰ্কিত মন্তব্য অন্যথা বেয়া কমেণ্ট নকৰিব মই মোৰ ভুলটো স্বীকাৰ কৰিছোঁ ৷
আৰু এই বিষয়ত মোক যিসকলে কথাটো মনত পেলাই দিলে বা কমেণ্ট কৰি কৈছে তেওঁলোঁকক ধন্যবাদ দিছোঁ ৷

All Assam
all_assam_page
Dhrubajyoti Dhemaji

22/04/2023

অসমৰ বোৱাৰীয়ে নিজৰ গোপন অংগৰ পৰা ভিডিঅ’টো আৰম্ভ কৰা_ এই নমোনাবোৰ বন্ধ কৰক অন্যথা অনুৰোধ কৰিছোঁ এইবোৰ ভিডিঅ’ সামাজিক মাধ্যমত এৰি নিদিব 🙏 ৷৷

সকলোঁ অসমবাসী ৰাইজক মোৰ ফালৰ পৰাঁ ৰঙালী বিহুৰ হিয়া ভৰাঁ শুভেচ্ছা যাঁছিলোঁ ৷ Happy Rongali Bihu
16/04/2023

সকলোঁ অসমবাসী ৰাইজক মোৰ ফালৰ পৰাঁ ৰঙালী বিহুৰ হিয়া ভৰাঁ শুভেচ্ছা যাঁছিলোঁ ৷ Happy Rongali Bihu

আজি মই এই দিনটোতে পৃথিৱীলৈ আহিছিলোঁ ৷ সম্পূৰ্ণ হ’ল মোৰ 23 বছৰ, আশীৰ্বাদ কৰিব আপোনালোকে যাতে মোৰ জীৱনটো অলপ হ’লেওঁ সুখ হয়...
30/03/2023

আজি মই এই দিনটোতে পৃথিৱীলৈ আহিছিলোঁ ৷ সম্পূৰ্ণ হ’ল মোৰ 23 বছৰ, আশীৰ্বাদ কৰিব আপোনালোকে যাতে মোৰ জীৱনটো অলপ হ’লেওঁ সুখ হয় ৷ জন্ম দিয়া মাকনেদেখাকৈয়ে “মা” বুলি মাতিবলৈ নোপোৱাকৈয়ে ইমানখিনি ডাঙৰ হ’লোঁ 😞 সচাকৈয়ে আজি মালৈ বহুত মনত পৰিছে ৷
I Realy Miss You Mom.
Today Is My Birthday 😊💐
All Assam all_assam_page

26/03/2023

ৰাতি হ’লেই কিছুমান বোৱাৰীৰ বাঢ়ে নেকি যৌন উত্তেজনা_? কিছুমান বোৱাৰীৰ কৰ্ম কাণ্ড কিয় ইমান লেতেৰা _? মোক ৰাতি Ranumai Chutia এই ID টো অৰ্থাৎ এই বোৱাৰী গৰাকীয়ে নিজৰ কিছুমান ফটোৰ লগতে S*x Video মোক Messenger ত পঠিয়াই লগতে তেওঁ নিজৰ Private Phone Number ৰো মোক Send কৰে ৷ আপোনালোকে কি ক’ব এনে কিছুমান নিলাজ বোৱাৰীক ৷ বোৱাৰী গৰাকী ঘৰ ধেমাজি ভদ্ৰপাৰা বুলি তেওঁ জানিবলৈ দিয়ে ৷ সাৱধান এইবোৰ প্ৰাণীৰ পৰা ৷ আজি মোক দিছে কাইলৈ আপোনাকো দিব পাৰে !
গতিকে Video টো যিমান পাৰে Share কৰক যাতে কোনোঁ বোৱাৰীয়ে এইবোৰ লেতেৰা কৰ্ম কাণ্ড কৰিব নোৱাৰে ৷ ধন্যবাদ ৷ চেয়াৰ কৰক 🙏
all_assam_page Dhrubajyoti Dhemaji
My YouTube Channel👎
https://youtube.com/

17/03/2023

এটা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰা “ৰনোজ পেগু” শিক্ষামন্ত্ৰী হোৱাৰ কোনো যোগ্যই নহয় ৷ আৰু কিমান শেতালী খেলিব ছাত্ৰ- ছাত্ৰী সকলৰ লগত এইয়া হ’ব লক্ষ্যনীয়_ ।৷
School principal among 3 held for Class X 'question paper leak' in Assam.

12/03/2023

কইনাগৰাকীয়ে ভাল সিদ্ধান্ত ল’লে নে ভুল সিদ্ধান্ত ল’লে কওঁকচোন আপোনালোঁকৰ মতামতবোৰ চাওঁ ৷
মই মোৰ অভিজ্ঞতা ফালৰ পৰা কৈছোঁ_ কোনো ভুল সিদ্ধান্ত লোৱা নাই কইনাগৰাকীয়ে 👍
All Assam

Address

Dhemaji

Alerts

Be the first to know and let us send you an email when Dhrubajyoti Dhemaji posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dhrubajyoti Dhemaji:

Share