Sonowal live

Sonowal live Sonowal Live

08/12/2025

কিছুমান ফেচবুক পেজে আগন্তুক সোনোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন ফেচবুকতে পাতিয়ে দিলে। পোষ্টাৰ বনাই গছত নলগালেওঁ হ'ব

30/10/2025

বাইথ' মণ্ডিৰ আৰু
ভাৰত মাতা কী জয় ????????
কথাটো আচহুৱা

27/10/2025

সোনোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ ভোটাৰ তালিকাৰ খচৰা আজি প্ৰকাশ পালে। ভাবিছিলো যিহেতু শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰা নামত দুটা বছৰে নিৰ্বাচন নেপাতিলে গতিকে, প্ৰকাশিত তালিকা শুদ্ধ হ'ব। কিন্তু সেইটো নকৰি বিভাগে বহু সমষ্টি অনা সোনোৱালে নিৰ্ণায়ক ভূমিকা পালন কৰিব গতিকে ৰাইজ সজাগ আৰু সচেতন হ'বলৈ হ'ল।

25/10/2025
😭😭
19/09/2025

😭😭

03/09/2025

সদৌ অসম সোনোৱাল ছাত্ৰ সন্থা ৰ ডিব্ৰুগড জিলাৰ সমিতিৰ উদ্যোগত অহা ইং 26 আৰু 27 ছেপ্তেম্বৰ তাৰিখে ডিব্ৰুগড জিলাৰ উপায়ুক্ত কাৰ্যালয়ত সম্মুখত 30 ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰা হব। ।

03/09/2025

শুদ্ধ ভোটাৰ তালিকা মানে নো কি?

03/09/2025
03/09/2025

ঐতিহাসিক দিনৰ ঐতিহাসিক বক্তব্য

Address

Dhemaji

Telephone

+919365185394

Website

Alerts

Be the first to know and let us send you an email when Sonowal live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sonowal live:

Share