Mitali Gogoi

Mitali Gogoi Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Mitali Gogoi, Digital creator, Dhemaji.

চচিয়েল মেদিয়া জৰিয়তে মোৰ মনৰ ভাৱ প্ৰকাশ কৰি ভাল পাওঁ, লগতে কি কি কৰো দেখাই থাকোঁ,মোৰ বাবে কৰ্ম কৰি খোৱাটো লাজৰ কথা বুলি মই নাভাবো। যদিহে ভিডেও চাবলৈ আগ্ৰহী বন্ধুত্ব কৰি লব পাৰে।

14/09/2026

আমাৰ ধেমাজি জিলাতে এনেকুৱা ৰাস্তা নাই

Good evening
14/09/2026

Good evening

Good morning
14/09/2026

Good morning

আজি অলপ দিনৰ পৰা কি হৈছে নাজানো অলপতে খং উঠে কেতিয়াবা আকৌ ভাল লাগে মনলৈ ভাল চিন্তা নাহেই বেয়া বেয়া কথাবোৰ ভাবি থাকো। ...
13/09/2026

আজি অলপ দিনৰ পৰা কি হৈছে নাজানো অলপতে খং উঠে কেতিয়াবা আকৌ ভাল লাগে মনলৈ ভাল চিন্তা নাহেই বেয়া বেয়া কথাবোৰ ভাবি থাকো। আৰ্থিক চিন্তা সকলোয়ে থাকে মোৰ কি হৈছে নাজানো অলপ বেছিকৈ ভাবোঁ কত ও একো মন নভৰে,কেতিয়াবা হয়তো কিবা কৰি দিবলৈও মন যাব,, ভিতৰি ভিতৰি খুলি খুলি খোৱা চিন্তাই মানুহক ভিতৰৰ পৰা মাৰি নিয়ে।হয়তো কেতিয়াবা ফেচবুক জগতত মুখ খন একেবাৰে নোহোৱা হৈ জাম,, please🙏 কি হৈছে বুলি মোক কোনো নুহুধিব লিখনিটো ভালকৈ পঢ়ি চাব

13/09/2026

সময় আৰু পৰিস্থিতি যেতিয়া আহিব সোনকালে হাৰ পাব

Good morning আমিনো কিয় পিছ পৰি ৰও ৮০ দশকৰ লৈ ঘূৰি গলোঁ
11/09/2026

Good morning
আমিনো কিয় পিছ পৰি ৰও ৮০ দশকৰ লৈ ঘূৰি গলোঁ

গধূলি এই চাহ কাপ মোৰ বৰ প্ৰিয়, কৰবাত নহয় নহয় কৰবাত মই অলপ হলেও শান্তি বিচাৰি পাও চাহ খোৱা সময় খিনি
10/09/2026

গধূলি এই চাহ কাপ মোৰ বৰ প্ৰিয়, কৰবাত নহয় নহয় কৰবাত মই অলপ হলেও শান্তি বিচাৰি পাও চাহ খোৱা সময় খিনি

10/09/2026

সৰু সৰু সপোনবোৰ পূৰণ কৰিবলৈ এনেকৈ

Address

Dhemaji

Website

Alerts

Be the first to know and let us send you an email when Mitali Gogoi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share