AMAR AXOM

AMAR AXOM অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানৰ ভিডিঅ' বোৰ চাবলৈ এতিয়াই আমাৰ পেজটো Follow কৰি লওক, ধন্যবাদ 🙏
Love our Culture

28/11/2025

✔ জনপ্ৰিয় কণ্ঠশিল্পী Richma Panging ৰ কণ্ঠত এটি সুন্দৰ মিচিং গীত আপোনাসৱলৈ আগবঢ়াই দিলো সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ।

27/11/2025

✍️ গণশিল্পী ৰাজীৱ শদিয়াৰ কণ্ঠত এটি সুন্দৰ গীত সকলোৱে এবাৰ চাবচোন

26/11/2025

✍️ সম্পূৰ্ণ মিচিং ভাষাত ভগৱান শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন
✍️ জনপ্ৰিয় অভিনেত্ৰী চিত্ৰলেখা দলে দৈৱকীৰ চৰিত্ৰত
✍️ সম্পূৰ্ণ ভিডিঅ' চাবলৈ আমাৰ Youtube Channel Amar Axom Search কৰক, ধন্যবাদ 🙏

25/11/2025

✍️ জনপ্ৰিয় কণ্ঠশিল্পী Bio Pegu ৰ কণ্ঠত এটি সুন্দৰ নতুন মিচিং গীত সকলোৱে এবাৰ চাবচোন 🥰

✍️ Good Morning Everyone 🌅 ✍️ Dibrugarh Railway station 🚉
24/11/2025

✍️ Good Morning Everyone 🌅
✍️ Dibrugarh Railway station 🚉

23/11/2025

✍️ আপোনাৰ নিজৰ সংগীতানুষ্ঠানৰ ভিডিঅ'ৰেকৰ্ডিং কৰি আপোনাৰ নিজৰ Social Media (Youtube Facebook) upload কৰিবলৈ তলত দিয়া ফোন নাম্বাৰত যোগাযোগ কৰিব পাৰিব 👉
Ph - 8473047663
4K Video quality


✍️ সু প্ৰভাত! আপোনাৰ আজিৰ দিনটো শুভ আৰু আনন্দময় হওক!✍️ কলকাতাৰ ৰাতিপুৱাৰ ব্যস্ত ৰাজপথত জীৱনৰ স্পন্দন স্পষ্ট হৈ পৰে, য'ত...
22/11/2025

✍️ সু প্ৰভাত! আপোনাৰ আজিৰ দিনটো শুভ আৰু আনন্দময় হওক!
✍️ কলকাতাৰ ৰাতিপুৱাৰ ব্যস্ত ৰাজপথত জীৱনৰ স্পন্দন স্পষ্ট হৈ পৰে, য'ত বাছ, টেক্সি আৰু মানুহৰ অবিৰাম সোঁত বৈ থাকে।
✍️ আজি ৰাতিপুৱা কলকাতাৰ কিছু দৃশ্য 🌅

20/11/2025

✍️ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ এটি সুন্দৰ ঝুমুৰ গীত কণ্ঠশিল্পী Pihu Dey ৰ কণ্ঠত সকলোৱে এবাৰ চাবচোন


16/11/2025

✍️TOMAR KOTHA "তোমাৰ কথা " পাপন মহন্ত ❤️
✍️ জনপ্ৰিয় কণ্ঠশিল্পী Papon ৰ এটি সুন্দৰ সংগীতানুষ্ঠান সকলোৱে এবাৰ চাবচোন 🥰

15/11/2025

✍️ জনপ্ৰিয় কণ্ঠশিল্পী Bio Pegu Live Performance
✍️ 3rd Edition Mising Sports Carnival Closing Ceremony Cultural Night, Gogamukh Dhemaji

14/11/2025

✍️ কংসালয় - মাজুলী ৰাস ২০২৫
✍️ সম্পূৰ্ণ ভিডিঅ' চাবলৈ Youtubeত Search কৰক Amar Axom, অতি সুন্দৰ অভিনয় চাবলৈ নাপাহৰিব ❤️


13/11/2025

✍️ দৈৱকীৰ চৰিত্ৰত অসমৰ মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়া 🔥
✍️ সম্পূৰ্ণ ভিডিঅ' চাবলৈ Youtubeত Search 🔍 কৰক👉 "Amar Axom" 🙏

Address

Dhemaji
787058

Telephone

+918473047663

Website

Alerts

Be the first to know and let us send you an email when AMAR AXOM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AMAR AXOM:

Share