HIREN Chutia

HIREN Chutia নমস্কাৰ, পেজলৈ সকলোকে স্বাগতম জনাইছোঁ।

No Caption.
14/06/2026

No Caption.




তোমাৰ হাঁহিতে সৰা মুকুতাৰে গাথো মালা, তাৰ বাবে তোমাৰ কিবা আছে নেকি কʼবলগা।
13/06/2026

তোমাৰ হাঁহিতে সৰা মুকুতাৰে গাথো মালা, তাৰ বাবে তোমাৰ কিবা আছে নেকি কʼবলগা।


হাঁহি এটি পিন্ধি লোৱা অলেখ হাঁহি বিয়পিব।হীৰেণ চুতীয়া
12/06/2026

হাঁহি এটি পিন্ধি লোৱা অলেখ হাঁহি বিয়পিব।

হীৰেণ চুতীয়া


📌সফলভাৱে সম্পন্ন হ'ল ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ অস্ত্ৰোপচাৰ।    সোনকালেই আৰোগ্য লাভ কৰি ক্ৰিকেট জগতলৈ উভতি আহক তাৰে কামনা কৰি...
11/06/2026

📌সফলভাৱে সম্পন্ন হ'ল ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ অস্ত্ৰোপচাৰ।
সোনকালেই আৰোগ্য লাভ কৰি ক্ৰিকেট জগতলৈ উভতি আহক তাৰে কামনা কৰিছোঁ 🙏।



হীৰেণ চুতীয়া

২০২৪ বৰ্ষৰ উস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ প্ৰাপ্ত সকলোলৈকে শুভেচ্ছা জনাইছোঁ 💐💐
11/06/2026

২০২৪ বৰ্ষৰ উস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ প্ৰাপ্ত সকলোলৈকে শুভেচ্ছা জনাইছোঁ 💐💐


10/06/2026
পৰেশ বৰুৱাৰ ঘৰলৈ যাওঁতে ২০০৫চনত জুবিন গাৰ্গে লগ পোৱা ছোৱালীজনী নন্দিতা গোহাঁই!জেৰাই গাঁৱলৈ জুবিন গাৰ্গ গৈ থাকোঁতে ৰাস্তা...
27/04/2026

পৰেশ বৰুৱাৰ ঘৰলৈ যাওঁতে ২০০৫চনত জুবিন গাৰ্গে লগ পোৱা ছোৱালীজনী নন্দিতা গোহাঁই!জেৰাই গাঁৱলৈ জুবিন গাৰ্গ গৈ থাকোঁতে ৰাস্তাত লগ পায় কথা পতা ছোৱালীজনী এতিয়া বোৱাৰী!জুবিন গাৰ্গে লগ পোৱা সেই ঠাইখিনি পৰা, একেযোৰ কাপোৰ পিন্ধিয়ে নন্দিতা গোহাঁইয়ে অসমবাসীক সেই দিনটোৰ কথা অৱগত কৰিছে!কাপোৰযোৰ আজিও বৰ সযতনে ৰাখিছে নন্দিতাই!প্রায় ২১টা বছৰ একেখিনি ঠাইত,একেযোৰ কাপোৰ পিন্ধি নন্দিতা অসমবাসী মাজলৈ আহিছে❤️🙏

কথা শিল্পৰ ক্ষণ।
27/04/2026

কথা শিল্পৰ ক্ষণ।


৬৯ সংখ্যক ফিল্মফেয়াৰ বঁটা। শ্ৰেষ্ঠ ছবিৰ বঁটা - 12th FAIL 🤞🤞
29/01/2024

৬৯ সংখ্যক ফিল্মফেয়াৰ বঁটা।
শ্ৰেষ্ঠ ছবিৰ বঁটা - 12th FAIL 🤞🤞

Address

Dhemaji

Telephone

+919365185571

Website

Alerts

Be the first to know and let us send you an email when HIREN Chutia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to HIREN Chutia:

Share