02/08/2026
🚨মানৱতাৰ এক উজ্জ্বল নিদর্শন ধেমাজি মনোজ কুমাৰ চুতীয়া
📌শনিবাৰে জীয়াঢল নদীৰ বুকুত পকী বাসগৃহ সম্পূৰ্ণৰূপে বিলীন হোৱাৰ আৰু কৃষি ভূমি গৰাখহনীয়াত বিলীন হোৱা অনিমা হাজৰিকাক
নিজৰ মালিকানাধীন ৩ কঠা মাটি দান কৰে মনোজ কুমাৰ চুতীয়াই।
Dhemaji Today CMO Assam Ranoj Pegu Himanta Biswa Sarma