31/05/2023
▪️অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত আজি ধেমাজি জিলাৰ অন্তৰ্গত কুৰিৰো অধিক আঞ্চলিক সমিতিয়ে অনশন পালন।
▪️জিলাখনৰ শ্বহীদ ভৱন বাকৰি সমূহত পুৱা ৬ বজাৰ পৰা বিয়লি ৪ বজালৈ এই ১০ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন।