Jonai News express 24 ×7

Jonai News express 24 ×7 Jonai news BREAKING and BREAKING...

বিজ্ঞাপনৰ বাবে যোগাযোগ নম্বৰ - ৮৮৭৬০০২৪৩১(SMS)
(1)

29/10/2025

✅️ জোনাই সমজিলাবাসীৰ বাবে সুখবৰ ।

👉 অসম চৰকাৰৰ স্বাস্থ্য বিভাগে স্বাস্থ্যৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যজুৰি আৰম্ভ কৰা 'শুশ্ৰূষা সেতু' শীৰ্ষক স্বাস্থ্য শিবিৰ অনুষ্ঠানখনি কাইলৈ অৰ্থাৎ ৩০ অক্টোবৰ তাৰিখে দিনযোৰা কাৰ্যসূচীৰে জোনাই গান্ধী ময়দানত অনুষ্ঠিত কৰা হব।

..

29/10/2025

মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত জোনাইত অনুষ্ঠিত হব লগীয়া ৩য় সংখ্যক পবা মহোৎসৱ।

মহোৎসৱৰ সন্দৰ্ভত মংগলবাৰে পবা বনাঞ্চল স্থিত তিনিমাইলত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়।

28/10/2025

সাত টা সোণৰ,দুটা চিলভাৰ আৰু এটা ব্ৰঞ্জ পদক অৰ্জনেৰে জোনাইলৈ গৌৰৱ কঢ়িয়াই আনিলে চিয়াং fitness centre ৰ মুঠ ১২ গৰাকীকৈ খেলুৱৈয়ে ....

28/10/2025
28/10/2025

কোটি টকীয়া চৰকাৰী ঘৰ পৰিণত হৈছে ভূতৰ বাংলোলৈ.....

28/10/2025

জোনাইত বিধায়ক ভূৱন পেগুৰ কাৰ্যসূচী

মূৰ্কংচেলেক বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত শুভ উদ্বোধন কৰে নৱ নিৰ্মিত ছাত্ৰীৰ ৱাশ্বৰুম ৷

27/10/2025

সোণোৱাল কছাৰী গণ মঞ্চক কোনেও বাধা নিদিয়ে। আমি প্ৰতিখন গাঁৱত দপদপাই গণ মঞ্চৰ পতাকা লৈ যাব পাৰো - এই মন্তব্য সোনোৱাল কছাৰী গণ মঞ্চৰ প্ৰচাৰ সম্পাদক চম্পল সোনোৱালৰ।

ৰাজ্যজুৰি নিযুত মইনা ২.০  আঁচনিৰ শুভ উদ্বোধনী। চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা নিযুত মইনা ২.০ ...
27/10/2025

ৰাজ্যজুৰি নিযুত মইনা ২.০ আঁচনিৰ শুভ উদ্বোধনী।

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা নিযুত মইনা ২.০ ৰ শুভ উদ্বোধনী অনুষ্ঠানত বিধায়ক ভূৱন পেগু।

27/10/2025

26/10/2025

👉সোতৰখন সাংগঠনিক জিলাৰ তিনি হাজাৰ খেলুৱৈৰ অংশগ্ৰহণৰে উদুলিমুদুলি হৈ আছে তৃতীয় মিছিং ক্ৰীড়া মহোৎসৱ স্থলী।

👉 তৃতীয় দিনাৰ সন্ধিয়া গোগামুখৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত খেল উপভোগ কৰিবলৈ উপস্থিত হল বিধায়ক ভূৱন পেগু।

26/10/2025

জোনাই ইণ্ডিপেণ্ডেণ্ট ক্লাৱ এণ্ড ছ'চাইটি, জোনাইৰ সংবাদমেল।

Address

Dhemaji

Alerts

Be the first to know and let us send you an email when Jonai News express 24 ×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share