11/02/2025
ধেমাজিৰ অৰুণাচল সীমান্তত চাঞ্চল্যকৰ ঘটনা। নিৰুদ্দিষ্ট দুই ছাত্ৰ-ছাত্ৰীৰ মৃতদেহ উদ্ধাৰক লৈ আলোড়ন। উৱলি যোৱা অৱস্থাত জংঘলত উদ্ধাৰ মৃতদেহ দুটা। ২১ দিন পূর্বে সুবাহীৰ পৰা নিৰুদ্দেশ হৈছিল দুয়ো। উদ্ধাৰ হোৱা ছাত্ৰীগৰাকী আছিল নৱম শ্ৰেণীত অধ্যয়নৰত। উদ্ধাৰ হোৱা ছাত্রজন আছিল স্নাতক প্রথম ষাণ্মাসিকৰ |