03/09/2025
আজি প্ৰতাৰক মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপি মিচলীয়া, বিজেপি গ বেক, সিমন্তৰ লাজ নাই, হিমন্তৰ লাজ নাই, সিমন্ত মূৰ্দাবাদ বিজেপি মূৰ্দাবাদ সদৌ অসম বাঙালী যুব ছাত্ৰ ফেডাৰেচন জিন্দাবাদ আদি নানা শ্লগানেৰে পাঁচশৰো অধিক সংগঠনৰ কৰ্মীয়ে D ভোটাৰ নামত চলাই অহা হাৰাশাস্তি বিৰুদ্ধে যোৰ সমদল লৈ কুলি বজাৰত উত্তাল গণ প্ৰতিবাদ সাব্যস্ত কৰে।