ANE Media 247

ANE Media 247 North East News channel

11/08/2026

নৈৰ প্ৰৱল সোঁতে দলং উটুৱাই নিয়াৰ পিছতে যাতায়তৰ ক্ষেত্ৰত তীব্ৰ সমস্যাৰ সৃষ্টি হৈছে জোনাইৰ সীমান্ত বৃহত্তৰ কেমি অঞ্চলৰ ৰাইজ

মৰণক শৰণ দি এতিয়া টুলুঙা নাৱেৰে কণ কণ শিক্ষাৰ্থীৰ লগতে স্থানীয় ৰাইজৰ বিপদসংকুল যাত্ৰা

যিকোনো মুহূৰ্ততে ভয়ংকৰ অঘটনৰ আশংকা

শীঘ্ৰে স্থায়ী পকী দলং নিৰ্মাণৰ দাবী ৰাইজৰ

11/08/2026

জোনাইত টুলুঙা নাৱেৰে কণ কণ শিক্ষাৰ্থীৰ বিপদসংকুল যাত্ৰা
২৮ জুনৰ প্ৰবল সোঁতত উটি গ’ল ২০২৪ চনত নিৰ্মাণ কৰা লোহাৰ দলং, ব্যাহত বৃহত্তৰ কেমি অঞ্চলৰ যাতায়াত ব্যৱস্থা
খৰস্ৰোতা কেমি নৈত যন্ত্ৰচালিত নাৱেৰেও নিৰাপদ নহয় যাত্ৰা
শীঘ্ৰে স্থায়ী পকী দলং নিৰ্মাণৰ দাবী ৰাইজৰ

10/08/2026

নদীৰ প্ৰবল সোঁতত চকুৰ সমুখতে উঠি গ'ল দলং

দৃশ্য উত্তৰাখণ্ডৰ চামোলিৰ তামাক নালা দলংৰ

10/08/2026

'মাত্ৰ কেইজনমান মানুহ ধনী হোৱাৰ স্বাৰ্থত এই ধৰণৰ কাণ্ড ঘটিব পালে, ইয়াৰ পাছতো যদি আমি সাহায্য দিয়েই দায়িত্ব সামৰো তেন্তে আমাৰ দৰে মূৰ্খ এই পৃথিৱীত নাথাকিব'- নাট্যকাৰ, চলচিত্ৰ নিৰ্মাতাহিমাংশু প্ৰসাদ দাস

10/08/2026

বানে ধোৱা জোনাইৰ অৰুণ চাপৰিত আজিও বন্যাৰ্তৰ হাহাকাৰ!
চৰকাৰী প্ৰতিশ্ৰুতিৰ ৪০ দিন উকলিল, সাহায্যৰ নামত আজিও শূন্য
দমে দমে জমা হৈ আছে বানে এৰি যোৱা কাঠ, জাবৰ-জোঁথৰ; দুৰ্গন্ধময় পৰিৱেশত অতিবাহিত হৈছে বন্যাৰ্তৰ দুৰ্বিষহ জীৱন
চৰকাৰৰ বিৰুদ্ধে ক্ষোভ বন্যাৰ্তৰ

09/08/2026

'উন্নয়ন আমাক লাগিব, কিন্তু প্ৰকৃতিক প্ৰহাৰ কৰি নহয়, প্ৰকৃতিক যিমান আমি প্ৰহাৰ কৰিম ইমানেই আমাক সংহাৰী ৰূপ দেখুৱাই যায, আমি তাৰ উদাহৰণ দেখিলো'- শিৱসাগৰত বানপীড়িত ৰাইজক সাহায্য প্ৰদান কৰি এই মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ

09/08/2026

চৰকাৰী প্ৰতিশ্ৰুতিৰ পিছতো জোনাইৰ বানে ধোৱা অৰুণ চাপৰি অঞ্চলত নাই পৰিৱৰ্তন

বানে এৰি যোৱা জাবৰ-জোঁথৰ, দুৰ্গন্ধ আৰু ৰোগৰ মাজতে অতিবাহিত বানাক্ৰান্তৰ জীৱন

চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ বানাক্ৰান্ত ৰাইজৰ

09/08/2026

'বানক্ষতিগ্ৰস্ত ছাত্ৰ-ছাত্ৰীয়ে MBBS অধ্যয়ন কৰিব খুজিলে আমাৰ দুৱাৰ খোলা আছে'- বিধায়ক বদৰুদ্দিন আজমল

09/08/2026

নাজিৰাৰ বানপীড়িতৰ কাষত গৰিমা শইকীয়া গাৰ্গ

09/08/2026

বানাক্ৰান্তৰ কাষত অৰুণাচলৰ অসমীয়া সমাজ

পাচিঘাটৰ কৃষ্ণগুৰু কৃষ্টি কেন্দ্ৰৰ তৰফৰ পৰা বানসাহায্যৰ বাবে ১.১০ লাখ টকা বিধায়ক অখিল গগৈৰ হাতত প্ৰদান

Address

756 E SECTOR JONAI
Dhemaji
787060

Website

Alerts

Be the first to know and let us send you an email when ANE Media 247 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share