Knowledge is Power

Knowledge is Power General Knowledge
Health Tips

14/09/2024
13/09/2024

অসমৰ ৰাজধানী কেতিয়া শ্বিলঙৰ পৰা গুৱাহাটীলৈ স্থানান্তৰ কৰা হৈছিল ?

উত্তৰঃ ১৯৭৩ চনত(শৰৎ চন্দ্ৰ সিংহ অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত)

10/09/2024

অসমৰ জনপ্ৰিয় ঔপন্যাসিক ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি আপুনি জানেনে ?

উত্তৰঃ কুমুদ হাজৰিকা

10/09/2024

স্বনামধন্য সাহিত্যিক মামনি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি জানেনে ?

উত্তৰঃ ইন্দিৰা গোস্বামী

10/09/2024

জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা দ্বিতীয় কথাছবিখন কি আপুনি জানেনে ?

উত্তৰঃ ইন্দ্ৰমালতী

10/09/2024

মহাত্মা গান্ধীক "জাতিৰ পিতা(বাপু)" আখ্যা কোনে দিছিল ?

১৯৪৪ চনৰ ৬ জুলাইত নেতাজী সুভাষ চন্দ্ৰ বসুৱে।

10/09/2024

শ্ৰীমন্ত শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা একমাত্ৰ গ্ৰন্থখন কি ?

উত্তৰঃ ভক্তি ৰত্নাকৰ

31/08/2024

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হোৱা প্ৰথমজন অসমীয়া কোন ?

উত্তৰঃ ৰঞ্জন গগৈ

31/08/2024

প্ৰথম অসমীয়া স্নাতক তথা ICS বিষয়া কোন আছিল ?

উত্তৰঃ আনন্দৰাম বৰুৱা

30/08/2024

ভাৰতৰত্ন সন্মান লাভ কৰা প্ৰথমজন অসমীয়া কোন ?

উত্তৰঃ গোপীনাথ বৰদলৈ

29/08/2024

মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি ?

উত্তৰঃ যকৃৎ(Liver)

Address

Hiloipara,Butikur, Dhemaji
Dhemaji

Website

Alerts

Be the first to know and let us send you an email when Knowledge is Power posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share