BJP Pub Jonai mandal.

BJP Pub Jonai mandal. Office of the- Jonai LAC ST-80
Name- BJP Pub Jonai mandal

27/08/2026

প্ৰকৃতিৰ নিৰ্দয় ৰূপ! চকুৰ সমুখতে উটি গ’ল আপোন ঘৰখন, হেৰাই গ’ল বুকুৰ আপোনজন। নেপালৰ এই হৃদয়বিদাৰক কান্দোনে আকাশ-বতাহ কঁপাই তুলিছে। ভগৱান, আৰু পৰীক্ষা নলব, শান্ত কৰক এই বিভীষিকা। 😭💔

27/08/2026

সকলো হেৰুৱাই নিঃস্ব হ’ল একো একোটা জীৱন... নেপালৰ বানপানীৰ বিভীষিকাই চকুৰ পচাৰতে কাঢ়ি নিলে সকলো সুখ। এই হৃদয়বিদাৰক দৃশ্য সঁচাকৈয়ে অসহ্যকৰ। 🌧️🕯️


Bharatiya Janata Party (BJP)
BJP Dhemaji District.
BJP Assam Pradesh
BJYM Assam
BJYM Dhemaji
CMO Assam

27/08/2026

অসহায় চকুলো আৰু প্ৰকৃতিৰ বিভীষিকা... নেপালৰ বানপানীৰ হৃদয়বিদাৰক কান্দোনে কন্দুৱাইছে সমগ্ৰ বিশ্বক। 😢 নেপালৰ বাবে আপোনালোকৰ প্ৰাৰ্থনা অব্যাহত ৰাখক। ✨


BJP Assam Pradesh
Bharatiya Janata Party (BJP)
BJP Dhemaji District.
CMO Assam
BJYM Assam

"দেশৰ উন্নয়ন আৰু নাৰী সৱলীকৰণৰ সংকল্পৰে আজি ভাৰতীয় জনতা পাৰ্টী পূৱ জোনাই মণ্ডলত (BJP)-ৰ পৰিয়ালত আনুষ্ঠানিকভাৱে যোগদান ...
26/08/2026

"দেশৰ উন্নয়ন আৰু নাৰী সৱলীকৰণৰ সংকল্পৰে আজি ভাৰতীয় জনতা পাৰ্টী পূৱ জোনাই মণ্ডলত (BJP)-ৰ পৰিয়ালত আনুষ্ঠানিকভাৱে যোগদান কৰে।

আপোনালোক সকলোৰে আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰিলোঁ।"

Bharatiya Janata Party (BJP)
BJP Assam Pradesh
BJP Dhemaji District.
CMO Assam
BJYM Assam
@

ভাৰতীয় জনতা পাৰ্টি ধেমাজি গ্ৰাম্য মণ্ডলৰ অন্তৰ্গত ৬৭ নং বৰবাম  মজলীয়া বিদ্যালয় বুথ কেন্দ্ৰৰ হোৱাটছএপ গ্ৰুপৰ প্ৰমুখ দি...
26/08/2026

ভাৰতীয় জনতা পাৰ্টি ধেমাজি গ্ৰাম্য মণ্ডলৰ অন্তৰ্গত ৬৭ নং বৰবাম মজলীয়া বিদ্যালয় বুথ কেন্দ্ৰৰ হোৱাটছএপ গ্ৰুপৰ প্ৰমুখ দিপাংকৰ শইকীয়াৰ প্ৰথম সন্তান শ্ৰী মান সুৰজিত শইকীয়া বাঢ়নী পানীৰ কবলত পৰি কিছু সময়ৰ পুৰ্বে পিতৃ -মাতৃৰ বুক উদং কৰি কোনো দিন ঘুৰি নহাৰ বাটেৰে এই সংসাৰৰ পৰা বিদায় মাগিলে।
এই শোকাৰ্ত মুহূৰ্তত পৰিয়ালটোৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।


Bharatiya Janata Party (BJP)
BJP Assam Pradesh
BJP Dhemaji District.
BJYM Assam
CMO Assam
BJYM Dhemaji

🗳️ নিৰ্বাচনী প্ৰস্তুতিৰ এক গুৰুত্বপূৰ্ণ খোজ!আজি পূৱ জোনাই মণ্ডলৰ অটল বিহাৰী বাজপেয়ী ভৱনত উপস্থিত হৈ, আগন্তুক মিচিং স্বা...
25/08/2026

🗳️ নিৰ্বাচনী প্ৰস্তুতিৰ এক গুৰুত্বপূৰ্ণ খোজ!

আজি পূৱ জোনাই মণ্ডলৰ অটল বিহাৰী বাজপেয়ী ভৱনত উপস্থিত হৈ, আগন্তুক মিচিং স্বায়ত্ব শাসিত পৰিষদ ( ) নিৰ্বাচনৰ বাবে #৪নংডেবিংদেউতাকসমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি মাননীয় মণ্ডল সভাপতি শ্ৰীযুত #কলিংদলে ডাঙৰীয়াৰ হাতত আবেদন পত্ৰ দাখিল কৰে শ্ৰীযুত #প্ৰদীপকুমাৰছেত্ৰী ডাঙৰীয়াই।সকলোৰে আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰিলোঁ। 🙏✨


Bharatiya Janata Party (BJP)
BJP Assam Pradesh
BJP Dhemaji District.
BJYM Assam
CMO Assam

বিজেপি পৰিয়াললৈ উষ্ম আদৰণি! 🧡আজি চিলাপথাৰত শ্ৰীযুত্ত Bhubon Pegu  ডাঙৰীয়াৰ বাসগৃহত জোনাই ব্লক মহিলা কংগ্ৰেছৰ সাধাৰণ সম...
25/08/2026

বিজেপি পৰিয়াললৈ উষ্ম আদৰণি! 🧡

আজি চিলাপথাৰত শ্ৰীযুত্ত Bhubon Pegu ডাঙৰীয়াৰ বাসগৃহত জোনাই ব্লক মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা শ্ৰীমতী সবিতা টাইড আৰু সম্পাদিকা শ্ৰীমতী কিস্মিতা পেগুৱে মাননীয় মুখ্যমন্ত্ৰী ড০ Himanta Biswa Sarma ডাঙৰীয়াৰ সৱল নেতৃত্বৰ প্ৰতি আস্থা প্ৰকাশ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।দুয়োগৰাকী সন্মানীয় নেত্ৰীক স্বাগতম জনোৱাৰ লগতে ৰাইজৰ সেৱাত নিষ্ঠাৰে আগবাঢ়ি যাবলৈ আহ্বান জনালোঁ।


Bharatiya Janata Party (BJP)
BJP Assam Pradesh
BJP Dhemaji District.
BJYM Assam
CMO Assam

অটল বিহাৰি বাজপেয়ী ভবনত এক বিশেষ মুহূৰ্ত। পূৱ জোনাই কাৰ্য্যালয়ত মণ্ডল বিষয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ আৰু ফলপ্ৰসূ আলোচনাত...
24/08/2026

অটল বিহাৰি বাজপেয়ী ভবনত এক বিশেষ মুহূৰ্ত। পূৱ জোনাই কাৰ্য্যালয়ত মণ্ডল বিষয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ আৰু ফলপ্ৰসূ আলোচনাত মিলিত হোৱাৰ কিছু দৃশ্য। অঞ্চলটোৰ উন্নয়নমূলক কাৰ্য্যসূচী আৰু বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত এই বৈঠকত সবিস্তাৰে আলোচনা কৰা হয়।


Bharatiya Janata Party (BJP)
BJP Assam Pradesh
BJP Dhemaji District.
BJYM Assam
CMO Assam
BJYM Dhemaji

আজি ইং 23/8/2026 তাৰিখে অটল বিহাৰী বাজপেয়ী ভৱনত,মিচিং স্বায়ত্ব শাসিত পৰিষদৰ 2 নং মুৰ্কং চেলেক সমষ্টিৰ ,অন্তৰ্গত, ভাৰতী...
23/08/2026

আজি ইং 23/8/2026 তাৰিখে অটল বিহাৰী বাজপেয়ী ভৱনত,মিচিং স্বায়ত্ব শাসিত পৰিষদৰ 2 নং মুৰ্কং চেলেক সমষ্টিৰ ,অন্তৰ্গত, ভাৰতীয় জনতা পাৰ্টিৰ বুথ সভাপতি, সম্পাদক
আৰু প্ৰৱন্ধন সমিটিৰ সৈতে সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়।


Bharatiya Janata Party (BJP)
BJP Assam Pradesh
BJP Dhemaji District.
BJYM Assam
CMO Assam

22/08/2026

Address

Jonai
Dhemaji
787060

Alerts

Be the first to know and let us send you an email when BJP Pub Jonai mandal. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share