Buddies Live

Buddies Live Stay updated with local assamese news ✅

12/06/2024

জামুগুৰিহাটৰ গুৱালগাঁৱত সংঘটিত হল নৃশংস ঘটনা৷
#জামুগুৰিহাট

11/06/2024

#মৈৰাবাৰী আৰক্ষীৰ জালত দুটাকৈ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী।

#মৰিগাঁও

10/06/2024

#জামুগুৰিহাট ৰ উদ্যমী যুৱ #কৃষক ছত্ৰ বছনেটৰ ব্যতিক্ৰমী প্ৰচেষ্টা৷

09/06/2024

তৃতীয়বাৰৰ বাবে দেশৰ #প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ লগে লগে #মৈৰাবাৰী ৰ #বিজেপি #কৰ্মকৰ্তা সকলৰ মাজতো দেখা গৈছে #আনন্দ উল্লাহ।

09/06/2024

#জামুগুৰিহাট ৰ #তৌভঙা ৰ #নয়নজ্যোতিযুৱকসংঘ ৰ সৌজন্যত সম্বৰ্ধনা ও অভিনন্দন অনুষ্ঠান সম্পন্ন।

09/06/2024

#মৰিগাঁও জিলাৰ #মৈৰাবাৰী #আৰক্ষী থানাৰ অন্তৰ্গত #লেংৰিবড়িত আজি নতুনকৈ গাঁওৰক্ষী বাহিনী গঠন কৰা হয়।

09/06/2024

বালিপৰাৰ খনামুখৰ ৰৌমাৰীত ভাষ্কৰ্য্য শিল্পীৰ ন ন সৃষ্টিয়ে আকৰ্ষণ কৰিছে ৰাইজৰ দৃষ্টি

#বালিপৰা #খনামুখ #ৰৌমাৰী #ভাষ্কৰ্য্যশিল্পী

09/06/2024

#মানশ্ৰী নৈৰ বাঢ়নি পানীয়ে উটোৱাই নিলে দলংৰ এটি অংশ ৷ বন্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷

#জামুগুৰিহাট

07/06/2024

👉 চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি এজেণ্টজনৰ পৰা জব্দ কৰে তীৰৰ টিকট আৰু নগদ ধন
#চাৰিদুৱাৰ #চাৰিদুৱাৰআৰক্ষী
#বালিপৰা #ফুলবাৰী #চাহবাগিচা

06/06/2024

সৰ্ব্বভাৰতীয় #নীট পৰীক্ষাত উজলিল #দিকৰাই চাহবাগিছাৰ #দৰিদ্ৰ #ছাত্ৰ যটিন তাঁতি৷

06/06/2024

'ত স্থান লাভ কৰা চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা #মৈৰাবাৰী #আজান সংকৰ #বিদ্যাপীঠ ত।

05/06/2024

#জামুগুৰিহাট ৰ #তৌভঙা ত #বিশ্বপৰিবেশ দিৱস উদযাপন৷

Address

Dhing

Website

Alerts

Be the first to know and let us send you an email when Buddies Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share