North East Bulletin Digital

North East Bulletin Digital This is the official page of North East Bulletin.Regd - Assamese News Portal

15/09/2025

ধুবুৰী চহৰত বিশ্বৰ খনিকৰক আদৰাৰ ব্যাপক প্ৰস্তুতি

15/09/2025

পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত ইউ পি পি এল দলৰ মনোনীত প্ৰাৰ্থী প্ৰসেন কুমাৰ ব্ৰহ্মৰ প্ৰচাৰ অভিযান তুংগত।

15/09/2025

কংগ্ৰেছৰ নেত্ৰী শ্বাবানা আখতাৰে AIUDF দলত যোগদান কৰা সন্দৰ্ভত মন্তব্য বিধায়ক নজৰুল হকৰ।

15/09/2025

কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত গোৱালপাৰা জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থা আৰু গোৱালপাৰা জিলা কোচ-ৰাজবংশী মহিলা সমিতিৰ সহযোগত শোলমাৰীৰ পৰা আগিয়ালৈ পদযাত্রা

14/09/2025

পৰ্বতঝোৰাত নিৰ্বাচনী হিংসা ! জ্বলাই দিলে বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় ।

14/09/2025

অসমত লাভ-জীহাদ আইন অনাৰ দাবী আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰংগ দলৰ

14/09/2025

ধুবুৰীত প্ৰচণ্ড ভূমিকম্পৰ জোকাৰণি।
ভূমিকম্পৰ জোকাৰণিত ধুবুৰীত এজনৰ ঘৰত মেলিছে ফাট।
ধুবুৰীৰ ১নং ৱাৰ্ডৰ তেতুল তলাৰ সূদাংশু ৰায়ৰ ঘৰত ফাট মেলিছে।

13/09/2025

গৌৰীপুৰ আৰক্ষী থানাৰ সন্মূখত ৰাইজৰ প্ৰতিবাদ।
গৌৰীপুৰ থানাৰ OC চিৰঞ্জীৱ লহনক বদলিৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ।

13/09/2025

গোলকগঞ্জত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী,ছয় বছৰ পূৰ্বে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা কংগ্ৰেছ নেতা নাৰায়ণ দেৱনাথৰ ঘৰবাপচী।

13/09/2025

চাপৰ শালকোচা CBI ইটা ভাটাত ভয়ংকৰ ঘটনা,
বজ্ৰপাত পৰি এজন যুৱকৰ কৰুন মৃ*ত্যু ৷

13/09/2025

গোলকগঞ্জৰ উচিত নৃশংস হ*ত্যাকাণ্ডৰ ঘটনা। নিশা হ*ত্যা কৰি পেলাই থৈ যায় পথাৰত।

13/09/2025

গৌৰীপুৰত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী।
গৌৰীপুৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত যোগদান কাৰ্যসূচী।

Address

Dhubri

Website

Alerts

Be the first to know and let us send you an email when North East Bulletin Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to North East Bulletin Digital:

Share