The Trending Update

The Trending Update Official Page of The Trending Update. Keep Watching & Stay ahead !
(1)

11/05/2026

ভারত দখল করতে ৩ ঘণ্টাও লাগে না বাংলাদেশের’ ৪০ কোটি মুসলমান রেগে থাকলে হিন্দু মানুষ ভারতে থাকতে পারবে না। -বাংলাদেশী মৌলবীর হু ম/কি।

#প্ৰতিবাদlive

11/05/2026

📌"আমি পেট্ৰ'ল-ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব"

📌"ঘৰৰ যিকোনো অনুষ্ঠানত সোণৰ অলংকাৰ ক্ৰয় কৰাৰ পৰা বিৰত থাকিব লাগিব"

📌"দেশত পুনৰ Work from home পদ্ধতি আৰম্ভ কৰিব লাগিব"

দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

06/05/2026

📌পৰ্বতঝোৰাত কোনে ৰণত পেলালে BPF প্ৰাৰ্থী ৰেজাউল কৰিমক?
📌পৰ্বতঝোৰাত কিয় বলাব নোৱাৰিলে কংগ্ৰেছ প্ৰাৰ্থী আশ্ৰাফুল ইছলামক?
📌অহংকাৰ নে অকৰ্মণ্যতা?
📌সকলো দেখিও অৱহেলা কৰিছিল নেকি BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ ঘনিষ্ঠ জনীয়ে?

05/05/2026

📌ধুবুৰীৰ নয়াহাট বোৱালকামুৰি দ্বিতীয় খণ্ড গাঁৱত স্বামী নিৰ্যাতনৰ বলিত নি*হ*ত হ'ল এজনী তিনি সন্তানৰ মাতৃৰ ।

📌নৰ পিশাচৰ ফাঁ*চি*ৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে।

📌এই অভিযোগ আমাৰ নহয় এই অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে।

05/05/2026

'২৫ বছৰে কংগ্ৰেছে বহুত টেঙা তিতা দিলে '
'এতিয়া অলপ মিঠাৰ সোৱাদ ল'বলৈ নতুন
এজন বিধায়ক লৈছো আমি '

তিতাবৰ বিধানসভা সমষ্টি।

04/05/2026

পশ্চিম বংগত বিজেপিৰ ঐতিহাসিক জয়।

03/05/2026

ভোট গণনাৰ আগৰ দিনেই ভয়ংকৰ অভিযোগ কৰিলে BJP প্ৰাৰ্থী লকেট চট্টোপাধ্যায়।

03/05/2026

পৱন খেৰাই মুখ্যমন্ত্ৰী হিমন্তৰ বিশ্ব শৰ্মাৰ পত্নীক মানহানি কৰাৰ মামলাত জামিন পোৱাৰ বাবে “বাবা চাহেবৰ সংবিধান”ক ধন্যবাদ জনাইছে।

02/05/2026

📌অসমৰ নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ বিশেষ মন্তব্য।

02/05/2026

পৰ্বতঝোৰাৰ বগৰীবাৰীত উদণ্ড বাইক চালকৰ অতপালি।

এই দৃশ্য বগৰীবাৰী ৰেল পথৰ ওপৰৰ উৰণীয়া সেতুৰ।

এই ক্ষেত্ৰত আৰক্ষীয়ে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
Kokrajhar Police CMO Assam Assam Police DGPAssamPolice

Address

Dhubri
783349

Website

Alerts

Be the first to know and let us send you an email when The Trending Update posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share