News Express Assam

News Express Assam News Express Assam online news portal update daily assamese news from assam

05/10/2025

কোটি কোটি জুবিন অনুৰাগীলৈ ভাল খবৰ।৩১ অক্টোবৰতেই ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ 'ৰৈ ৰৈ বিনালে'।চিনেমাখনত জুবিন গাৰ্গৰ চৰিত্ৰত বেলেগৰ কণ্ঠ ব্যৱহাৰ নহ'ব।ঘোষণা পৰিচালক ৰাজেশ ভূঞাৰ

05/10/2025
          Express Assam
04/10/2025

Express Assam

   #অসমীয়ানিউজ       Express Assam
04/10/2025

#অসমীয়ানিউজ Express Assam

UPPLক বাদ দিলেহে NDAৰ লগত থাকিব BPFUPPL লগত থাকিলে NDAৰ অংশীদাৰ নহয় BPF -স্পষ্ট কৰিলে হাগ্ৰামা মহিলাৰীয়ে News Express As...
04/10/2025

UPPLক বাদ দিলেহে NDAৰ লগত থাকিব BPF
UPPL লগত থাকিলে NDAৰ অংশীদাৰ নহয় BPF
-স্পষ্ট কৰিলে হাগ্ৰামা মহিলাৰীয়ে News Express Assam

'হিমন্ত বিশ্ব শর্মাই সা*ম্প্রদা**য়ি*ক আৰু ফটোৱা ৰাজনীতি আৰম্ভকৰি দিলে'। 'ৰাইজ সাৱধান হওক'।  express assam
04/10/2025

'হিমন্ত বিশ্ব শর্মাই সা*ম্প্রদা**য়ি*ক আৰু ফটোৱা ৰাজনীতি আৰম্ভকৰি দিলে'। 'ৰাইজ সাৱধান হওক'।
express assam

04/10/2025

📌"মই কিয় উচ্ছেদ কৰিছো, সেই প্ৰতিশোধ জুবিনৰ মৃত্যুৰ নাম লৈ নকৰিব"
📌"বিজেপিৰ ওপৰত প্ৰতিশোধ লবলৈ জুবিনৰ মৃত্যুক অস্ত্ৰ হিচাপে লোৱাটো বেয়া কথা, এইবোৰ ৰাজনীতি নকৰিব"
News Express Assam

04/10/2025

কোনোবাই উচ্চতম ন্যায়ালয়লৈ যাব খুজিলে কোনেও বাধা দিব নোৱাৰে। সমগ্ৰ বিশ্বৰ পৰাই ইন্টাৰনেটৰ জড়িয়তে যিকোনো লোকে আবেদন কৰিব পাৰে; মুখ্যমন্ত্ৰী এগৰাকীয়ে উচ্চতম ন্যায়ালয়ত নাযাব বুলি কেনেকৈ বাধা দি ৰাখিমঃ মুখ্যমন্ত্ৰী

ফেচবুক লাইভযোগে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।  |
04/10/2025

ফেচবুক লাইভযোগে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

|

আজি প্ৰকাশ কৰা হ'ব জুবিন গাৰ্গৰ GMCHৰ প'ষ্টমৰ্টেম ৰিপ'ৰ্টNews Express Assam
04/10/2025

আজি প্ৰকাশ কৰা হ'ব জুবিন গাৰ্গৰ GMCHৰ প'ষ্টমৰ্টেম ৰিপ'ৰ্ট
News Express Assam

আজি প্ৰকাশ কৰা হ'ব জুবিন গাৰ্গৰ GMCHৰ প'ষ্টমৰ্টেম ৰিপ'ৰ্ট

04/10/2025

কেনেকৈ জুবিন গাৰ্গক বিহ দিছিল সিদ্ধাৰ্থই? জুবিনক কি কি খুৱাইছিল সিদ্ধাৰ্থই? ‘ষড়যন্ত্ৰ কৰিয়ই বিদেশৰ স্থান নিৰ্বাচন কৰা হৈছিল'। বহু বিস্ফোৰণ শেখৰৰ।

Thanks for being a top engager and making it on to my weekly engagement list! 🎉 Babidul Islam, Jakir Hussein, Jaynal Abd...
03/10/2025

Thanks for being a top engager and making it on to my weekly engagement list! 🎉 Babidul Islam, Jakir Hussein, Jaynal Abdin, Meter Pao, Abushama Shama

Address

Dhubri Gauripur
Dhubri
783331

Website

Alerts

Be the first to know and let us send you an email when News Express Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Express Assam:

Share