MH Munna 07

MH Munna 07 --বিশ্বাস আৰ নিশ্বাস খুবই মূল্যবান ✨🩸
_একবাৰ হাৰিয়ে গেলে আৰ ফিৰে পাওঁৱা যায়না 💔

23/07/2026
Thanks for being a top engager and making it on to my weekly engagement list! 🎉 Rejabul Sk, Lx Alal Uddin Sk, Itz Joynal...
14/07/2026

Thanks for being a top engager and making it on to my weekly engagement list! 🎉 Rejabul Sk, Lx Alal Uddin Sk, Itz Joynal Abedin, Osman Khan, Jomir Hussain, Monirol Islam, Mominul Islam, Jomer Ali Ahmed, Karim All, Esar Ali, Rafiqul Islam, Aminul Islam, Řă Hį Łâ, Baser Ali, Bahar Ali, Suhel Khan, Pagol Mon Jaan

13/07/2026



10/07/2026

Assalamualaim Warahmatullah .
Jumma
Mubarak 🤲

Good morning Everyone....
10/07/2026

Good morning Everyone....

Thanks for being a top engager and making it on to my weekly engagement list! 🎉 Lx Alal Uddin Sk, Rafiqul Islam, Mominul...
09/07/2026

Thanks for being a top engager and making it on to my weekly engagement list! 🎉 Lx Alal Uddin Sk, Rafiqul Islam, Mominul Islam, Itz Joynal Abedin, Esar Ali, Asadul Islam, Raja Khun

09/07/2026

📍📍ৰাইজৰ হাতত 🫵🫵🫵
🚫⛔কি দোষ আছিল তাইৰ?
কোন ধৰণৰ চুটি কাপোৰ পিন্ধিছিল তাই?
কি দোষ আছিল তাইৰ, #সন্ধিয়া বাহিৰলৈ যোৱাটো তাইৰ দোষ আছিল নেকি?
সেই ১৩ বছৰীয়া সৰু #ছোৱালীজনীৰ শৰীৰত কি #যৌনতা আছিল?
কোনজন পুৰুষক তাই লোভিত কৰিছিল চুটি কাপোৰ পিন্ধি?
তাইৰ দোষ আছিল ছোৱালী হোৱাটো নেকি?

কি জানে তাই যৌনতা কি?
৩০ জনতকৈ অধিক কাপুৰুষৰ #কামনাৰ বলি হোৱা ছোৱালীজনীৰ কি দোষ আছিল?
তাইৰ দোষ কি ছোৱালী হোৱাটোৱেই আছিল নেকি?

#ডাঙৰ হৈ পঢ়ি-শুনি ডাঙৰ মানুহ হোৱাৰ ইচ্ছা কৰাটো তাইৰ দোষ আছিল নেকি?
দোষ ভাৰতীয় আইন ব্যৱস্থাৰ, য’ত ধ*ৰ্ষণকাৰীৰ প্ৰতি উদাৰ মনোভাব ৰখা হয়।

এটা ধ*ৰ্ষণ কৰাৰ পিছতো সাহস দিয়া হয় যে জামিন লাভ কৰিবা, কোনো কথা নাই।
মনত ৰাখিব, যেতিয়ালৈ দেশত ধ*ৰ্ষণকাৰীক বচাবলৈ উকিল আছে, দেশত তেতিয়ালৈ কোনো ধ*ৰ্ষিতা নাৰীয়ে ন্যায় লাভ নকৰে।
মনত ৰাখিবা, এজন শৰীৰৰ #ভোকাতুৰ পুৰুষে হাজাৰ আৱৰণৰ মাজত থকা নাৰীকো, ডাঙৰ-সৰু সকলো নাৰীকো নগ্ন দেখিবই।

আৰু সেই ফেচবুকত টকাৰ লোভত #অশ্লীলতাৰ বজাৰ মেলা নাৰীখিনিয়ে ধ*ৰ্ষণকাৰীৰ বিৰুদ্ধে লিখি, প্ৰতিবাদ কৰি কোনো লাভ নাই।
সমাজত নেতিবাচক প্ৰভাৱ পেলোৱাত আপোনাৰো হাত আছে।
অলপ ৰাতি হ’লেই ছোৱালী/বোৱাৰীক অশ্লীল মেছেজ কৰা পুৰুষসকলেও ধ*ৰ্ষণৰ প্ৰতিবাদ নকৰিব।
এটা অশ্লীল ভিডিঅ’ ভাইৰেল হ’লেই লিংক বিচাৰি সামাজিক মাধ্যম গৰম কৰা পুৰুষবোৰে ধ*ৰ্ষণৰ বিৰুদ্ধে মাত মাতিবলৈ যোৱাটো শোভা নাপায়।
মনত ৰাখিব, সামাজিক মাধ্যমত বেছি ধ*ৰ্ষণকাৰী আছে, য’ত প্ৰতিদিনে নাৰী কথাৰে ধ*ৰ্ষিত হয়।
🙏🙏
Copy Facebook.,..



🥀Invest in yourself because it pays the best interest 🌿👍
09/07/2026

🥀Invest in yourself because it pays the best interest 🌿👍

Shout out to my newest followers! Excited to have you onboard! Mofidul Islam, Rina Khatun
08/07/2026

Shout out to my newest followers! Excited to have you onboard! Mofidul Islam, Rina Khatun

Address

Bilasipara
Dhubri
783348

Alerts

Be the first to know and let us send you an email when MH Munna 07 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share