Assam Live News17

Assam Live News17 any news publish from our assam live news17 Thanks

দিল্লীৰ বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰি ফকিৰগঞ্জ আৰক্ষীৰ জালত  দক্ষিণ শালমাৰা মানকাচৰ জিলা...
13/11/2025

দিল্লীৰ বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰি ফকিৰগঞ্জ আৰক্ষীৰ জালত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সূৰ্যমণি গাঁৱৰ আব্দুৰ ৰহিম মোল্লা নামৰ যুৱকজন ।

ধুবুৰী জিলাৰ আলমগঞ্জ বটেৰতলত ২১,২২ আৰু ২৩ ডিচেম্বৰত ইস্তেমা
13/11/2025

ধুবুৰী জিলাৰ আলমগঞ্জ বটেৰতলত ২১,২২ আৰু ২৩ ডিচেম্বৰত ইস্তেমা

13/11/2025
15/10/2025

সকলোৱে লেখক Justice ForZubeenGarg

আমাক ন্যায় লাগিবই

আজি মিছাইল মানৱ, ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ.পি.জে আব্দুল কালামদেৱৰ ওপজা দিন। আজিৰ দিনটো সমগ্র বিশ্বতে  শিক্ষাৰ্থ...
15/10/2025

আজি মিছাইল মানৱ, ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ.পি.জে আব্দুল কালামদেৱৰ ওপজা দিন। আজিৰ দিনটো সমগ্র বিশ্বতে শিক্ষাৰ্থী দিৱস হিচাপে পালন কৰা হয়৷

আজিৰ এই বিশেষ দিনটোত ভাৰতৰত্ন ড° এ.পি.জে আব্দুল কালামদেৱক ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ৷

অসমত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়লৈ অহা-যোৱাৰ সুবিধাৰ্থে চাইকেল বিতৰণ কৰি আহিছোঁ। জীৱনৰ এই গুৰুত্বপূর্ণ সময়ত ত...
15/10/2025

অসমত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়লৈ অহা-যোৱাৰ সুবিধাৰ্থে চাইকেল বিতৰণ কৰি আহিছোঁ। জীৱনৰ এই গুৰুত্বপূর্ণ সময়ত তেওঁলোকৰ শিক্ষাত উৎসাহ যোগাবলৈ বিগত তিনি বছৰত ৬.৯৩ লাখ চাইকেল বিতৰণ কৰা হৈছে আৰু এই বছৰো আৰু ৩ লাখ চাইকেল বিতৰণ কৰা হ’ব। 🚲📈

Pedalling their way to school 🚲

In Assam, providing cycles to students of Class IX to help them travel to school in this crucial phase of their lives.

Over the last 3 years, we've distributed over 6.93 lakh bicycles and 3 lakh more will be given this year. 🚲📈

Address

College Road
Dhubri
783330

Alerts

Be the first to know and let us send you an email when Assam Live News17 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam Live News17:

Share