Axom Prekkhapat

Axom Prekkhapat Onley for news

28/05/2026

ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কৱলত পৰা ধুবুৰী জিলাৰ ঐতিহাসিক আইৰকাটা বচাইমাৰী ৰাজহুৱা ঈদগাহ ময়দানত পৱিত্ৰ ঈদৰ সমূহীয়া নামাজ সম্পন্ন।

27/05/2026

ফকিৰগঞ্জৰ ধাপানপাৰা গৰাখহনীয়াৰ দৃশ্য

27/05/2026

ফকিৰগঞ্জ-আইৰকাটা সংযোগী লোকোনিৰ্মাণ বিভাগৰ একমাত্ৰ পথটো ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কৱলত পৰি নৈত জাহ যোৱাত বৰ্তমান যন্ত্ৰ চালিত নাওঁৰে বিপদসংকুল ভাৱে যাত্ৰা কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ।

মানকাচৰৰ সাদুল্লাবাৰীত ৭৯২ টা নিচাজাতীয় টেবলেট জব্দ।কালাপানী আৰক্ষীয়ে এক অভিযান চলাই নিচাজাতীয় টেবলেট সমুহ জব্দ কৰিবল...
27/05/2026

মানকাচৰৰ সাদুল্লাবাৰীত ৭৯২ টা নিচাজাতীয় টেবলেট জব্দ।
কালাপানী আৰক্ষীয়ে এক অভিযান চলাই নিচাজাতীয় টেবলেট সমুহ জব্দ কৰিবলৈ সক্ষম হয়।

মৃত্যুৰ সংবাদ !পোৰাভিটা বজাৰৰ জেষ্ঠ ব্যক্তি তথা বিশিষ্ট সমাজ সেৱক কাবেল কাজি আৰু আমাৰ মাজত নাই l
26/05/2026

মৃত্যুৰ সংবাদ !

পোৰাভিটা বজাৰৰ জেষ্ঠ ব্যক্তি তথা বিশিষ্ট সমাজ সেৱক কাবেল কাজি আৰু আমাৰ মাজত নাই l

26/05/2026

বিৰসিং জৰুৱা সমষ্টিৰ কুমৰী গুনাইপানী সংযোগী পথৰ দুৰৱস্থাৰ বাবে যমৰ যাতনা ভুগিব বহু কেইখন গাঁওৰ ৰাইজ।

দক্ষিণ শালমাৰা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত এটা অভিযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে ২০ টা  প্লাষ্টিকৰ কন্টেইনাৰ ভ...
26/05/2026

দক্ষিণ শালমাৰা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত এটা অভিযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে ২০ টা প্লাষ্টিকৰ কন্টেইনাৰ ভৰ্তী সন্দেহযুক্ত প্ৰায় ২৫ গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়।

23/05/2026

চিৰাকুটি নৱজ্যোতি এল পি স্কুলত পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত চাৰিসীমা বেৰৰ কামৰ শুভ আৰম্ভ ।

23/05/2026

যুৱ নেতা ওছমান গণি কংগ্ৰেছ দলক সমালোচনা কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰে।

20/05/2026

কম মূল্যত যি কোনো বিজ্ঞাপন সম্প্ৰচাৰ কৰিব বিচাৰিলে "অসম প্ৰেক্ষাপট" লগত যোগাযোগ কৰক যোগাযোগ নম্বৰ 7896582729

Address

Poravita, Fakirganja, P/o/jamadarhat
Dhubri
783330

Telephone

+919101131698

Website

Alerts

Be the first to know and let us send you an email when Axom Prekkhapat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share