12/07/2026
গৌৰীপুৰত সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনাক গৰিহণা সদৌ অসম সাংবাদিক মঞ্চৰ সভাপতি ছেলিম সেখৰ।
যোৱা কালি গৌৰীপুৰৰ মধুশৌলমাৰী অঞ্চলত দুৰ্নীতিৰ বাতৰি কৰিব যোৱা সাংবাদিক অপিয়ল হক আৰু সাংবাদিক নুৰ হুছেইনক আক্ৰমণ কৰাৰ লগতে অপদস্থ কৰে। অপদস্থ আৰু আক্ৰমণৰ ঘটনাক ধিক্কাৰ আৰু গৰিহণা জনোৱাৰ লগতে অপৰাধীক চিনাক্ত কৰি কৰায়ত্ত কৰাৰ দাবী জনাই সদৌ অসম সাংবাদিক মঞ্চৰ সভাপতি ছেলিম সেখৰ