16/02/2026
মোৰ দাদা ভাই দেৱান আব্দুল বাৰেক এক্স মেম্বাৰ নস্কৰা গাঁও পঞ্চায়। আজি দদাদা ৰ hair cutting দেখি আচৰিত হলো। তেওঁৰ ষ্টাইল দেখি মনত কিবা কি লাগি আছে। নতুন কৈ প্ৰেম প্ৰেম লাগি আছে।post টো সেৰিয়াছ নলব ধেমালি অলপ কৰিছোঁ।