19/09/2025
ইমান দিন বহুত মানুহ গ'ল আহিল।। কিন্তু আজিৰ দিনটো কিবা ডাঙৰ বা মুল্যবান সম্পদ হেৰুৱাৰ এটা অনুভৱ হল।।।কাৰন যাৰ সুৰিয়া কন্ঠ ৰ গান শুনিলে আমাৰ যিমানেই দূখ হওক না কিও আমাক দুনিয়াত থকাৰ এটা সাহস দিয়ে। আৰু সুখত সুখ দিয়া মানুহ জন আমাৰ জুবিন দা আৰু আমাৰ মাজত নাই😥।।।। জুবিন দা ,সকলো অসমীয়াৰ ফালৰ পৰা আমি শেষবাৰৰ বাবে মনভৰা ধন্যবাদ জনালো।।।
আপুনি যতে থাকা সুখত থাকিবা।। দোৱা থাকিল।।
Lov u zubeen da
Miss u zubeen da