STAR NE

STAR NE তথাকথিত নিৰপেক্ষ আমি নহওঁ আমি পক্ষপাতিত্ব কৰিম, আমি থাকিম ৰাইজৰ পক্ষত STAR NE

For Advertisement Call 📞 9365599857
(1)

13/07/2026

চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত পাণবাৰীৰ বিজয়পুৰ গাঁৱত যোৱা নিশা হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা জলাবদ্ধতাই জনজীৱন সম্পূৰ্ণৰূপে বিপৰ্যস্ত কৰি তুলিছে।
l I

সত্য আৰু নিৰপেক্ষ সাংবাদিকতাক আগুৱাই নিয়াৰ এই যাত্ৰাত আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু সহযোগিতাই আমাৰ আটাইতকৈ ডাঙৰ শক্তি।আহক...
13/07/2026

সত্য আৰু নিৰপেক্ষ সাংবাদিকতাক আগুৱাই নিয়াৰ এই যাত্ৰাত আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু সহযোগিতাই আমাৰ আটাইতকৈ ডাঙৰ শক্তি।

আহক, আমি সকলো একেলগে STAR NE-ৰ ৫ম Foundation Day সফল কৰি তোলোঁ।

📅 তাৰিখ: ১৯ জুলাই, ২০২৬ (ৰবিবাৰ)
📍 স্থান: গৌৰীপুৰ, ৱাৰ্ড নং–৯

আপোনালোকৰ উপস্থিতি আৰু সহযোগিতাই আমাৰ বাবে অমূল্য।

STAR NE
"সত্য বাতৰিৰ সন্ধানত"

12/07/2026

কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰ আৰক্ষী চকীৰ অন্তৰ্গত সোণকোষ নদীৰ টাপুত বৃহৎ পৰিমাণৰ জব্দকৃত নিচাযুক্ত দ্ৰব্য দাহন কৰে ৷

12/07/2026

বঙাইগাঁও জিলাৰ ২ নং গাৰু গাঁৱত আই নৈৰ খহনীয়াত গৃহহীন হোৱা ২৪ টা পৰিয়ালে বসবাস কৰিছে মুকলি আকাশৰ তলত।
l

12/07/2026

📌ৰাজ্যৰ কেইবাটাও স্থানৰ লগতে বঙাইগাঁওতো আজি প্ৰায় সাত কোটি টকাৰ জব্দকৃত মাদক দ্ৰব্য ধ্বংস কৰে ।
📌বঙাইগাঁও আৰক্ষীৰ বৃহৎ অভিযানত জব্দকৃত গাঞ্জা, হেৰ'ইন, আফিংসহ বিভিন্ন নিচাজাতীয় সামগ্ৰীসমুহ জ্বলাই দিয়ে ৷
l STAR NE l Bongaigaon Police

12/07/2026

শ্ৰীৰামপুৰত চোৰাং গৰুসহ চাৰিখন বাহন জব্দ, ২২টা গৰু উদ্ধাৰঃ
l l

STAR NE-ৰ পঞ্চম বৰ্ষপূৰ্তি আৰু NETV24-ৰ শুভ মুকলি উপলক্ষে, আন আন বছৰৰ দৰেই এইবেলিও উৎসাহমূলক সন্মান লাভ কৰা সকলো সাংবাদি...
12/07/2026

STAR NE-ৰ পঞ্চম বৰ্ষপূৰ্তি আৰু NETV24-ৰ শুভ মুকলি উপলক্ষে, আন আন বছৰৰ দৰেই এইবেলিও উৎসাহমূলক সন্মান লাভ কৰা সকলো সাংবাদিকলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ। আপোনালোকৰ নিষ্ঠা, সাহস আৰু সাংবাদিকতাৰ প্ৰতি দায়বদ্ধতাই আগন্তুক দিনবোৰতো সফলতাৰ নতুন অধ্যায় ৰচনা কৰক—এইয়াই কামনা।

12/07/2026

Address

Guwahati, Bongaigaon, Gauripur, Kokrajhar BTC
Dhubri

Alerts

Be the first to know and let us send you an email when STAR NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share