Dhubri Express

Dhubri Express আনত কৈ পৃথক

🎬বলিউডৰ অভিনেতা প্ৰদীপ ৰাৱতৰ ৭৪ বছৰ বয়সত মৃ*ত্যু🎬বলিউডত শোকৰ ছাঁ
04/08/2026

🎬বলিউডৰ অভিনেতা প্ৰদীপ ৰাৱতৰ ৭৪ বছৰ বয়সত মৃ*ত্যু
🎬বলিউডত শোকৰ ছাঁ

04/08/2026

এখন গাঁৱৰ দুৰৱস্থা। গাঁওখনত এটা সময়ত আছিল প্ৰায় ১ হাজাৰ পৰিয়াল। এতিয়া আছে মাথো ২-৩ শ পৰিয়াল। ধুবুৰী জিলাৰ আগমনি ৰাজহ চক্ৰৰ অন্তৰ্গত বিদ্যাৰডাবৰী গাঁৱৰ উত্তৰ মৰাগদাধৰ, শিঙিমাৰি গাঁৱত গংগাধৰ তিব্ৰ নৈৰ গৰাখহনীয়া।

04/08/2026

বানাক্ৰান্তৰ মাজত মুখ্যমন্ত্ৰী
ভিডিঅ - সামাজিক মাধ্যম

বিহাৰৰ উপ-নিৰ্বাচনত বিজেপিক পৰাস্ত কৰি জয়ী JSP-ৰ প্ৰাৰ্থী প্ৰশান্ত কিশোৰ।(AI ত বনোৱা হৈছে বাবে কিছুমান শব্দ ভুলকৈ আহিছে)
03/08/2026

বিহাৰৰ উপ-নিৰ্বাচনত বিজেপিক পৰাস্ত কৰি জয়ী JSP-ৰ প্ৰাৰ্থী প্ৰশান্ত কিশোৰ।
(AI ত বনোৱা হৈছে বাবে কিছুমান শব্দ ভুলকৈ আহিছে)

03/08/2026

উজনী অসমৰ বানাক্ৰান্ত ৰাইজৰ কাষত হুছেইন মানছুৰী

03/08/2026

উজনী অসমৰ বানাক্ৰান্ত ৰাইজৰ দুখ দেখি আৱেগিক হল হুছেইন মানছুৰী

03/08/2026

উজনী অসমৰ বানাক্ৰান্ত ৰাইজৰ কাষত সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ নেতৃত্ব। বানাক্ৰান্ত ৰাইজলৈ আগবঢ়াই খাদ্যৰ লগতে বিভিন্ন সামগ্ৰী।

বান সাহায্য বিচাৰি ক্লান্ত হৈ গাড়ীৰ ভিতৰতে শুই পৰিল ৭৬ বছৰীয়া বদৰুদ্দিন আজমল।
03/08/2026

বান সাহায্য বিচাৰি ক্লান্ত হৈ গাড়ীৰ ভিতৰতে শুই পৰিল ৭৬ বছৰীয়া বদৰুদ্দিন আজমল।

অসমৰ বানাক্ৰান্তলৈ আম্বানি পৰিয়ালৰ সহায়ৰ হাত
02/08/2026

অসমৰ বানাক্ৰান্তলৈ আম্বানি পৰিয়ালৰ সহায়ৰ হাত

02/08/2026

ধুবুৰীৰ তামাৰহাটত ধৰা পৰিল ভুৱা প্ৰমাণ পত্ৰৰ ব্যৱসায় চলোৱা চক্ৰ। আৰক্ষীৰ জালত ধৰা পৰিল আব্দুল ৰৌফৰ সহযোগী ভাতৃ আব্দুল হাই। ভুৱা চাৰ্টিফিকেটৰ মুকলি বেহা।সম্প্ৰতি পলাতক ইংলিছ এডুকেশ্বন একাডেমি শাখাৰ স্বত্বাধিকাৰী আব্দুল ৰৌফ।মূল অভিযুক্ত আব্দুল ৰৌফক বিচাৰি চলিছে আৰক্ষীৰ অভিযান।১৬-৫০ হেজাৰ টকাৰ বিনিময়ত বহি : ৰাজ্যৰ পৰা যোগান ধৰি আহিছিল মেট্ৰিক,হায়াৰ চেকেণ্ডাৰী পাছ কৰা প্ৰমাণ পত্ৰ।

Address

Dhubri

Alerts

Be the first to know and let us send you an email when Dhubri Express posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share