NE 4th Pillar

Call Directions

NE 4th Pillar সৎ নিৰপেক্ষ আৰু বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত NE 4th pillar 24×7

03/10/2026
03/10/2026

ধুবুৰীত চোৰৰ টাৰ্গেট ধৰ্মীয় স্থান৷

নিশাৰ এন্ধাৰত চোৰে চুৰি কাণ্ড সংঘটিত কৰিলে ধুবুৰী চহৰৰ বজাৰ অঞ্চলৰ অগ্ৰসেন ভৱনত৷

ধুুুবুৰী অগ্ৰসেন ভৱনৰ পিছফালৰ পৰা উঠি প্ৰায় দুই লক্ষাধিক টকাৰ সা-সামগ্ৰী চুৰি কৰে।
চুৰি কাৰ্য চলোৱা ভিডিঅ চি,চি কেমেৰাত বন্দী৷

03/10/2026

নগাঁও লোকসভা নিৰ্বাচনত এজন আৰক্ষী বিষয়াই মুকলিভাৱে এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ প্ৰচাৰত অংশ লোৱাৰ দৃশ্য পোহৰলৈ আহিছে।

02/10/2026

ধুবুৰীত ৰেলৰ খুন্দাত মৃত্যু ৫৫ বছৰীয়া বৃদ্ধা অনিল দাস।

02/10/2026

ৰকিবুলক বকাশুৰ আখ্যা দিলে হিমন্ত বিশ্ব শৰ্মা। ৰকিবুল পুৱা, দুপৰীয়া অকল বিৰিয়ানী,চিকেন বিৰিয়ানী খায় তেওঁ কেনেকৈ চিন্তা কৰিব উদ্যোমিতা আচনিৰ কথা।

02/10/2026

তেওঁ তৰুণ গগৈৰ লৰা তেওঁ চিন্তা কৰি আছে জেইলৰ মই মোৰ দেউতাৰ লৰা মই চিন্তা কৰি আছো এলেকশনৰ। ৰাহুল গান্ধী আৰু তেওঁ যেতিয়াই এলেকশন অকল জেইলৰ কথা চিন্তা কৰে।

02/10/2026

অৰুনাদয় এইবাৰ টাৰগেট হৈছে মোৰ ১৫০০ৰ ঠাইত ২০০০ দিয়া।

01/10/2026

গৌৰীপুৰত পুনৰ বিতৰ্কত গৌৰীপুৰ বেপাৰী পট্টীস্থিত ‘পপুলাৰ হস্পিতাল’ নাৰ্ছিং হোম।

ভুল অস্ত্ৰপ্ৰচাৰ আৰু চিকিৎসকৰ গাফিলতিৰ বাবে এইবাৰ ৫ বছৰীয়া এটি শিশুৰ জীৱনক লৈ হেতালি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

মৃত বুলি ঘোষণা কৰি চিকিৎসক পলোৱাৰ পিছত অৱশেষত জিলা প্ৰশাসনে শিশুটো জীৱিত তথা কোমা অৱস্থাত থকা বুলি জানিবলৈ দিয়ে।

29/09/2026

ঝগৰাৰপাৰ চতুৰ্থ খণ্ডৰ সাহানুৰ ৰহমান ওৰফে ভুটটো ৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ নেচা জাতীয় টেবলেট, কফ চিৰাফ জব্দ কৰে।

Address

Dhubri
783323

Telephone

+918638412030

Website

Alerts

Be the first to know and let us send you an email when NE 4th Pillar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share