GO News PLUS

GO News PLUS Rofiqul Islam

29/04/2025
আজি ইংৰাজী 08/04/2024 তাৰিখ r দিনাও এনেকুৱা এখন ভঙা ছিঙা দলং 😱।এইখন দলং হৈছে আমাৰ ধুবুৰী জিলাৰ মাজেৰ চৰ চলাকুৰা গাওঁ পঞ্...
08/04/2024

আজি ইংৰাজী 08/04/2024 তাৰিখ r দিনাও এনেকুৱা এখন ভঙা ছিঙা দলং 😱।এইখন দলং হৈছে আমাৰ ধুবুৰী জিলাৰ মাজেৰ চৰ চলাকুৰা গাওঁ পঞ্চয়তৰ অন্তৰ্গত । মাজেৰচৰ হাই স্কুলৰ ওচৰত l এই দলং খনৰ ওপৰেৰে প্ৰতিদিন হাজাৰ হাজাৰ স্কুল ৰ লৰা ছোৱালী অহা যোৱা কৰে আৰু লগতে কাতলামাৰী স্বাস্থ্য খণ্ডলৈ যোৱাৰ একমাত্ৰ ৰাস্তা আৰু লগতে দুখন বজাৰ আছে আৰু এই দলং খনৰ ওপৰেৰে হাজাৰ হাজাৰ মানুহে অহা যোৱা কৰে বিপদ সংকুল অৱস্থাত |

গতিকে আমাৰ অসম চৰকাৰৰ বিভাগীয় কর্তৃপক্ষই যাতে সোনকালে আমাৰ এই দলংখন মেৰামতি কৰে তাৰ বাৱে অনুৰোধ ,

28/03/2024

ঈদের বাজার করো | Eider Bajar Koro | ঈদের গান 2024 ,Bangla Sad Song

04/01/2024

গুণোৎসৱ ২০২৪
গুণগত শিক্ষাৰ মান নিশ্চিতকৰণৰ এক প্ৰয়াস

09/09/2023

ইয়াৰ দ্বাৰা জনোৱা যায় যে যিসকল ৰেচন কাৰ্ড ধাৰী মহিলাই প্রধান মন্ত্রী উজ্জ্বলা গেছ Connection পোৱা নাই, সেইসকল ৰেচন কাৰ্ড ধাৰী মহিলাই তলত দিয়া ঠিকনাত নিজৰ তথ্য পাতি জমা দিবলৈ

জনোৱা হল । Moblie.No.9678125080

05/07/2023

Address

Dhubri
22NOSALMARA

Telephone

+919678125080

Website

Alerts

Be the first to know and let us send you an email when GO News PLUS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share