D Live 365

Directions

D Live 365 D live365 24×7 news channel follow like share

25/08/2026

গৌৰীপুৰত ভয়ংকৰ মাৰপিট। লাঠিৰ কোবত তেজেৰে লুতুৰি-পুতুৰি মহিলা।

31/07/2026

স্বামী-স্ত্ৰীৰ কাঁজিয়াৰ সমাধান। ভনী জোঁৱাইৰ বিৰুদ্ধে বাতৰি পৰিবেশন কৰি দুখ প্ৰকাশ জয়নাল হকৰ।

31/07/2026

আজমলৰ বান সাহায্যক লৈ ঘৃণা সূচক মন্তব্য ৰাতুল কলিতা-ৰূপা কলিতা নামৰ ফেচবুক আই ডি। নিমাত অসম আৰক্ষী। গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ।

26/07/2026

স্বামীৰ নিৰ্মম অত্যাচাৰৰ বলি ৰকসানা বেগম। বিনা চিকিৎসাত শৰ্যাত শুই মৃত্যুৰ ক্ষণ গণিছে ৰকসানাই। মুখ্যমন্ত্ৰী আৰু আৰক্ষীৰ সহায় বিচাৰিছে ভুক্তভোগী পৰিয়ালটোৱে।

16/07/2026

কোন দিশত গতি কৰিছে গো-সুৰক্ষা আইন ? এটাৰ পাছত আনটো গো-বজাৰ মুকলি। নতুন কৈ মুকলি কৰা গো-বজাৰক লৈ চিন্তিত সচেতন মহল।

09/07/2026

বিধান সভাৰ মজিয়াত কত কত দলং, ৰাস্তা আৰু মথাউৰী নিৰ্মাণৰ দাবী তুলিলে বিধায়ক আঃ ছোবাহান আলী সৰকাৰে ?

03/07/2026

গৌৰীপুৰৰ হৰিয়াৰকুটিত চেইন চুৰিৰ ঘটনাক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত দুৰ্বাদল কাজিয়া ৷

25/06/2026

ধুবুৰী জিলাৰ ফুলকাটাৰী টিপকাই নদীত নাওঁ দুৰ্ঘটনাত গুৱাহাটীৰ ঠিকাদাৰ নিখোজ ৷

দেবীতোলা ভি চি ডি চিৰ নৱগঠিত কমিটিৰ পৰিচয় পৰ্ব অনুষ্ঠিত।
24/06/2026

দেবীতোলা ভি চি ডি চিৰ নৱগঠিত কমিটিৰ পৰিচয় পৰ্ব অনুষ্ঠিত।

Enjoy the videos and music you love, upload original content, and share it all with friends, family, and the world on YouTube.

গৌৰীপুৰ আৰক্ষীৰ বৃহৎ সাফল্য। চোৰৰ ঘাটি উৎখাত। ৯ গৰাকী কৈ গভাইত চোৰক আটক।
24/06/2026

গৌৰীপুৰ আৰক্ষীৰ বৃহৎ সাফল্য। চোৰৰ ঘাটি উৎখাত। ৯ গৰাকী কৈ গভাইত চোৰক আটক।

Enjoy the videos and music you love, upload original content, and share it all with friends, family, and the world on YouTube.

Address

Dhubri

Website

Alerts

Be the first to know and let us send you an email when D Live 365 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share