
27/05/2023
ধুবুৰীত জব্দ বৃহৎ পৰিমাণৰ কাঠ।
এক গোপন খবৰ ভিত্তিত বন প্ৰতিৰক্ষা বাহিনীয়ে অভিযান চলাই জব্দ কৰে দুখনকৈ কাঠ ভৰ্তি ট্ৰাক
ধুবুৰীত জব্দ বৃহৎ পৰিমাণৰ কাঠ।এক গোপন খবৰৰ ভিত্তিত বন প্ৰতিৰক্ষা বাহিনীয়ে অভিযান চলাই জব্দ কৰে দুখনকৈ কাঠ ভৰ্তি ...