Shahin Zabed Ahmed

Shahin Zabed Ahmed দুদিনৰ পৃথিৱীত হিংসা নকৰি সহায়ৰ হাত আগবঢ়াই দিয়ক।
's of Fakirganj

ধুবুৰীৰ পৰা ঘৰলৈ উভতনি।।⛵⛵🌹🌹🌹
25/09/2026

ধুবুৰীৰ পৰা ঘৰলৈ উভতনি।।⛵⛵🌹🌹🌹

আল্লাহৰ ৰহমত আৰু আপোনালোকৰ অশেষ দোৱাৰ ফলত মোৰ মা ক্ৰমাগত ভাৱে সুস্থ হৈ আছে। আজি গৌৰীপুৰত ড: ছবুৰ উদ্দীন আহমেদ দেখাবৰ বাব...
25/09/2026

আল্লাহৰ ৰহমত আৰু আপোনালোকৰ অশেষ দোৱাৰ ফলত মোৰ মা ক্ৰমাগত ভাৱে সুস্থ হৈ আছে। আজি গৌৰীপুৰত ড: ছবুৰ উদ্দীন আহমেদ দেখাবৰ বাবে ধুবুৰীৰ পৰা গৌৰীপুৰলৈ লৈ অনা হৈছে।।দোৱা কৰিব যাতে মা'ক সম্পূৰ্ণ সুস্থ কৰি অতিসোনকালে ঘৰলৈ লৈ যাব পাৰোঁ।।🙏🙏🙏🙏

ধুবুৰীলৈ বুলি যাত্ৰা।।
25/09/2026

ধুবুৰীলৈ বুলি যাত্ৰা।।

নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনত AIUDF দলৰ নিৰ্বাচনী প্ৰচাৰ।।
25/09/2026

নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনত AIUDF দলৰ নিৰ্বাচনী প্ৰচাৰ।।

 #সু_প্ৰভাত 🥰Have a nice day to all of you 💞💞
25/09/2026

#সু_প্ৰভাত 🥰
Have a nice day to all of you 💞💞

 #মামাৰ_ফেচবুক_পোষ্টত_ফকিৰগঞ্জৰ_ছবি👉আমাৰ ফকিৰগঞ্জত প্ৰতিদিনেই অবৈধ গৰু ধৰি আছে ,ইমান গৰু কৰ পৰা আহে। উৎসটো উৎখাত কৰক মাম...
24/09/2026

#মামাৰ_ফেচবুক_পোষ্টত_ফকিৰগঞ্জৰ_ছবি
👉আমাৰ ফকিৰগঞ্জত প্ৰতিদিনেই অবৈধ গৰু ধৰি আছে ,ইমান গৰু কৰ পৰা আহে। উৎসটো উৎখাত কৰক মামা।

 #শুভ_ৰাত্ৰি আমি🥰ৰাতিটো আপোনাৰ বাবে সুন্দৰ হওক।
24/09/2026

#শুভ_ৰাত্ৰি
আমি🥰
ৰাতিটো আপোনাৰ বাবে সুন্দৰ হওক।

মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা১০০টকাত পাব দাইল চেনী।।
24/09/2026

মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা
১০০টকাত পাব দাইল চেনী।।

নদীৰ পাৰত অৰ্চিছি পাৰ্কুপাইন বিলাক কোনে আনিছে, কি কাৰণত আনিছে ,কোনে তাত ৰাখিছে তাৰ কোনো খবৰ নাই।
24/09/2026

নদীৰ পাৰত অৰ্চিছি পাৰ্কুপাইন বিলাক কোনে আনিছে, কি কাৰণত আনিছে ,কোনে তাত ৰাখিছে তাৰ কোনো খবৰ নাই।

Address

Fakirganj
Dhubri
S12345678

Website

Alerts

Be the first to know and let us send you an email when Shahin Zabed Ahmed posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share