DNA Axom 24 Live

14/02/2026

Axom 24 Live ধুবুৰী বিধান সভা সমষ্টি হৈ অগপ দলৰ পৰা নিৰ্বাচনত প্ৰতিদন্দিতা কৰিব ধুবুৰীৰ মুন আহমেদ

13/02/2026

Axom 24 Live ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত খেকশিয়ালী গাওঁৰ নিবাসী কৃষ্ণ কান্ত ৰায় যোৱা কালি ৰাতি ৯.৩০ মান বজাত ঢেপঢেপী বজাৰৰ পৰা ঘৰলৈ যোৱাৰ সময়ত ৰাস্তাত পেন্টোৰ পকেটৰ পৰা এটা Android মোৱাইল হেৰাই যায় । যদি কোনো সদাশয় ব্যক্তিয়ে মোৱাইল টো পাইছে । তেন্তে তলত দিয়া মোৱাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ভুক্তভোগীয়ে =7577909743

02/02/2026

Axom24 Live সদৌ অসম কম্পিউটাৰ সন্থাৰ নিযুক্তি পৰা বঞ্চিত শিক্ষক সকলোৰে সংবাদমেল।

15/01/2026

সনাতন ধৰ্মৰ এটা লোককৃষ্টি সোনাৰায় পুজা। পুৰনি কালৰ পৰাই এই কৃষ্টি পালন কৰি চলি আছে পুষ মাহৰ ভগবান শ্ৰী কৃষ্ণৰ এটি ৰাপত সোনাৰায় পুজা কৃষ্টি চলি আছে আজি এই সনাতন ধৰ্মৰ কৃষ্টি বিলুপ্ত হৈ গৈছে এই কৃষ্টিক বজাই ৰাখিবলৈ ঝসকাল ৩য় খন্ডৰ নিবাসি ইন্দ্ৰজিত ৰায় সৰকাৰ উদ্যগত এই সোনাৰায় কৃষ্টি পালন কৰি আহিছে

22/05/2025
22/05/2025

DNA Axom 24 Live BTR ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু শুকুৰ আলি

19/05/2025

DNA Axom 24 Live নিশা চোৰাং গৰুৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান।

12/05/2025

DNA Axom 24 Live ধুবুৰীত পাকিস্তান ক সমর্থন কৰি যুবক আটক//

11/05/2025

DNA Axom 24 Live এইবাৰ ধুবুৰী গোলকগঞ্জ থানাৰ অন্তৰ্গত দেবত্তৰ হাসদহ পঞ্চম খণ্ড গাঁওত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে।

10/05/2025

DNA Axom 24 Live গৌৰীপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাটেৰতলত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰবেগী মটৰ চাইকেল খুন্দা মাৰে পথচাৰীক ।
খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় এজন , লগতে দুজনী মহিলাসহ আনজন যুৱক গুৰুতৰ বাবে আহত হয়।

Address

Dhubri
783324

Alerts

Be the first to know and let us send you an email when DNA Axom 24 Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share