Mini vlog sakir12

Mini vlog sakir12 Advertising Platform for Dhubri District
(1)

15/07/2026

এক মুঠো স্বপ্ন চেয়ে
হাত বাড়িয়ে ছিলাম'

Jeet Gannguli

JEET
Viral brother ❤️

09/07/2026

গুড মর্নিং, সকলোৱে! আজি মই মোৰ গাঁওৰ পিচপাললৈ আহিছোঁ, গাঁওৰ ধানৰ ক্ষেত্ৰ আৰু প্ৰকৃতিৰ সৌন্দৰ্য্য। এই অনুভৱবোৰ আপোনালোকৰ লগত শ্বেয়ার কৰিছোঁ। ভাল লাগিলে লাইক, কমেন্ট, আৰু শ্বেয়ার কৰিব।

✅গৌৰীপুৰ বিধানসভা সমষ্টিত বিধায়ক হিচাপে কাক বিচাৰে? #প্ৰতিবাদlive
05/03/2026

✅গৌৰীপুৰ বিধানসভা সমষ্টিত বিধায়ক হিচাপে কাক বিচাৰে?

#প্ৰতিবাদlive

যোৱা কালি নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে প্ৰকাশিত গৌৰীপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰদান কৰিছে মাননীয় আব্...
05/03/2026

যোৱা কালি নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে প্ৰকাশিত গৌৰীপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰদান কৰিছে মাননীয় আব্দুছ ছোবাহান আলী সৰকাৰ ডাঙৰীয়াৰক তদুপলক্ষে অহা কালি ৰাতিপুৱা ১০ বজাত গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিলাসীপাৰা বেলতলিৰ পৰা মাননীয় বিধায়ক তথা গৌৰীপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আব্দুছ ছোবাহান আলী সৰকাৰ ডাঙৰীয়াক আদৰণীয় জনোৱা হ'ব‌।
সেয়েহে গৌৰীপুৰ বিধানসভা সমষ্টিৰ সমূহ কংগ্ৰেছ দলৰ‌ নেতা কৰ্মী আৰু সন্মানীয় ৰাইজক উক্ত আদৰণীয় অনুষ্ঠানত উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ 🙏🙏
Sobahan Sarkar ✊✊✊
#এইবাৰ_কংগ্ৰেছ
#কংগ্ৰেছ_আহিব_অসম_আগবাঢ়িব

🎉 Just completed level 3 and I'm so excited to continue growing as a creator on Facebook!
13/01/2026

🎉 Just completed level 3 and I'm so excited to continue growing as a creator on Facebook!

Address

Rupshi
Dhubri
783331

Alerts

Be the first to know and let us send you an email when Mini vlog sakir12 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Mini vlog sakir12:

Shortcuts

Share