Dhubri/Gauripur News

Dhubri/Gauripur News সচাঁ খবৰ সত্য বাতৰি।।
আপোনাৰ হাতত হাত ধৰি
সদায় একখোজ আগত...🙏
ধন্যবাদ

তৃতীয় আৰু চতুর্থ বর্গৰ পদৰ বাবে অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাৰ পাঠ্যক্রমSyllabus for Grade III & Grade IV examination f...
15/07/2024

তৃতীয় আৰু চতুর্থ বর্গৰ পদৰ বাবে অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাৰ পাঠ্যক্রম

Syllabus for Grade III & Grade IV examination for Assam direct recruitment examination

🙏✍️✍️✍️ প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী, ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব পৰীক্ষা।
09/10/2023

🙏✍️✍️✍️ প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী, ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব পৰীক্ষা।

19/05/2023
অভিনন্দনকমনৱেলথ গেমছত দেশলৈ প্ৰথমটো সোণৰ পদক আজুৰি আনে উত্তৰ পূৱৰ কন্যা মীৰাবাই চানুৰ।ভাৰত্তোলনৰ ৪৯ কেজি শাখাত সোণৰ পদক ...
31/07/2022

অভিনন্দন
কমনৱেলথ গেমছত দেশলৈ প্ৰথমটো সোণৰ পদক আজুৰি আনে উত্তৰ পূৱৰ কন্যা মীৰাবাই চানুৰ।ভাৰত্তোলনৰ ৪৯ কেজি শাখাত সোণৰ পদক দখল মীৰাবাই চানুৰ।

ইয়াৰ দ্বাৰা সমূহ বিদ্যুৎ গ্ৰাহকক জনোৱা হয় যে অহা ১৭ মে'ৰ পৰা ২৬ মে' ২০২২লৈ গৌৰীপুৰ গ্ৰীড উপ-আস্থানত সংবহন ক্ষমতা বঢ়াবৰ...
17/05/2022

ইয়াৰ দ্বাৰা সমূহ বিদ্যুৎ গ্ৰাহকক জনোৱা হয় যে অহা ১৭ মে'ৰ পৰা ২৬ মে' ২০২২লৈ গৌৰীপুৰ গ্ৰীড উপ-আস্থানত সংবহন ক্ষমতা বঢ়াবৰ বাবে কাম চলিব।
গতিকে উক্ত সময় ছোৱাত ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ আৰু আগমনিত বিদ্যুৎ যোগান অনিয়মীয়া হব।
সেয়েহে সমূহ ৰাইজৰ সহযোগিতা কামনা কৰা হ'ল।

It is for information that from 17th May to 26th May 2022, Gauripur 132/33 KV Grid substation will augment its power transmission capacity. Hence load shedding may have to be imposed at Dhubri, Gauripur, Golokganj & Agomoni. Cooperation from public is solicitated.

জানিবলগীয়া।।
29/04/2022

জানিবলগীয়া।।

ধুবুৰীত হৈ থকা অশোকাশ্টমী মেলা তিনি দিনলৈ বৃদ্ধি কৰিছে মেলা কমিটিয়ে।।
21/04/2022

ধুবুৰীত হৈ থকা অশোকাশ্টমী মেলা তিনি দিনলৈ বৃদ্ধি কৰিছে মেলা কমিটিয়ে।।

 #অভিভাবকে_মনোযোগ_দিয়ক❗সকলোৱে সজাগতাৰ বাবে  #শ্বেয়াৰ কৰিব । #হৃদৰোগত আক্রান্ত হৈ ১০ বছৰীয়া ছাত্ৰৰ মৃত্যু । কাৰন কেইটা জন...
19/04/2022

#অভিভাবকে_মনোযোগ_দিয়ক❗
সকলোৱে সজাগতাৰ বাবে #শ্বেয়াৰ কৰিব ।

#হৃদৰোগত আক্রান্ত হৈ ১০ বছৰীয়া ছাত্ৰৰ মৃত্যু । কাৰন কেইটা জনাইছে চিকিৎসক সকলে। এই কাৰণসমূহ জনাইছে, ভালদৰে পঢ়ক 👇
১। ৰাতিপুৱা শিশু সকলক কেঁচা টোপনিৰ পৰা উঠোৱা, ভালকৈ টোপনি মাৰিবলৈ নিদিয়া ইত্যাদি ইত্যাদি। *(আচলতে পর্যাপ্ত পৰিমাণৰ টোপনি নোযোৱা)*
২। কেতিয়াবা বিদ্যালয়লৈ যোৱা আগত একো নোখোৱাকৈ স্কুললৈ পঠিওৱা।
৩। শিশুৰ মুঠ ওজনতকৈ স্কুল বেগত বেছি ওজনৰ ভাৰ বহন কৰা।
৪। স্কুলৰ শিক্ষকে দিয়া "হোমৱৰ্ক" ৰ সম্পূৰ্ণ নোহোৱাৰ বাবে সম্পুৰ্ণ কৰিবলৈ প্ৰেছাৰ দিয়া ইত্যাদি।
৫। ঠাণ্ডা দিনত ঘৰলৈ আহি ঠাণ্ডা খোৱা বোৱা খাবলৈ বাধ্য হোৱা বা গৰম নকৰাকৈ খোৱা ইত্যাদি ইত্যাদি।
৬। গৰম দিনত স্কুলৰ পৰা ঘৰলৈ আহ পাইয়েই গা ধুবলৈ দিয়া, লগে লগে চোলা পেন্ট খুলিবলৈ দিয়া ইত্যাদি ইত্যাদি।
৭। আকৌ ঘৰত আহি ভাত পানী খোৱাইয়েই বিশ্ৰাম বা ৰেষ্ট নোলোৱাকৈ হোমৱৰ্ক সম্পূৰ্ণ কৰিবলৈ "চাপ" দিয়া।

#শুনক! মা-দেউতা সকলে ৪-৫ বছৰীয়া শিশু সকলক এতিয়াই ডাক্তৰ, ইঞ্জিনিয়াৰ, এছ পি, ডি চি, কালেক্টৰ বনাব নেকি? সকলোবোৰ সময়ৰ খেলা। নিজৰ নিজৰ সময়ত সকলো ঠিক হৈ যায়। অনাহকত, অসময়ত শিশুৰ ওপৰত যিকোনো কামৰ বাবে "জোৰ" আৰু "চাপ" দিয়া অনুচিত।

#আপুনি নিজকে চাৱক, আপুনি কিমান পঢ়া শুনা? আৰু কেতিয়া স্কুল যোৱা আৰম্ভ কৰিছিল? সকলো মনত পেলাওঁক! মনত পৰিলনে? এতিয়া ভাৱক, আপুনি সেই ফুলকুমলীয়া শিশুটোৰ ওপৰত প্ৰয়োজনতকৈ অধিক কিমান প্ৰেছাৰ দিছে?! কেৱল আপোনাৰ বনোৱা লক্ষ্যৰ কাৰনেই নিজৰ শিশুক মৃত্যুৰ মুখলৈ ঠেলি দিছে? আপুনি যদি যৌৱন প্ৰাপ্ত হয তেন্তে, ৰাতিপুৱা ৫ বজাত শুই উঠি ২ বজালৈকে নিৰন্তৰভাৱে কাম কৰি ১ ঘণ্টা সময় ভোজন কৰি আকৌ ৩ বজাৰ পৰা ৭ বজালৈকে কাম কৰি চাওক!

#এতিয়া আপুনি নিজে বিবেচনা কৰক, আপুনি আপোনাৰ শিশুটিৰ ওপৰত কিমান বোজা আৰু ওজন লাদি দিছে? আমি এতিয়াৰ পৰাই ডাক্তৰ, ইঞ্জিনিয়াৰ, কালেক্টৰ ইত্যাদি ইত্যাদি বনাবৰ কাৰণে শিশু সকলক স্বাভাৱিক বিকাশ প্ৰক্ৰিয়াত আমাৰ মনমানি বা আমাৰ ইচ্ছাক জবৰদস্তি কৰিছো। অসময়ত আৰু আবতৰতেই পুলি গজাবলৈ চেষ্টা কৰিছো।

#গতিকে প্ৰিয় সতীৰ্থ বন্ধু বান্ধৱী আৰু অভিভাৱক সকল! শিশু সকলৰ বিষয়ে ভালকৈ অধ্যয়ন কৰক, শিশুৰ বিকাশ সাধন সম্পৰ্কে জানি বুজি লওক, অভিজ্ঞতা লাভ কৰক আৰু শিশুৰ বিশ্ৰাম, খোৱা বোৱা, খেলা ধুলা আদিৰ বাবে যথেষ্ট সময় দিয়ক! ধন্যবাদ ।

কপি।।

সমূহ অসমবাসী ৰাইজলৈ হেপাঁহৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো।।
14/04/2022

সমূহ অসমবাসী ৰাইজলৈ হেপাঁহৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো।।

Address

Dhubri
783331

Website

Alerts

Be the first to know and let us send you an email when Dhubri/Gauripur News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share