Dhubri online

Dhubri online follow me

১ নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ AIUDF দলৰ মনোনীত প্ৰাৰ্থী দিলীপ গয়াৰী জিন্দাবাদ। AIUDF zindabad
02/09/2025

১ নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ AIUDF দলৰ মনোনীত প্ৰাৰ্থী দিলীপ গয়াৰী জিন্দাবাদ। AIUDF zindabad

BTC পৰিষদীয় নিৰ্বাচনৰ বাবে AIUDF য়ে ঘোষণা কৰা ৮ জনীয়া প্ৰাৰ্থীৰ তালিকা,
01/09/2025

BTC পৰিষদীয় নিৰ্বাচনৰ বাবে AIUDF য়ে ঘোষণা কৰা ৮ জনীয়া প্ৰাৰ্থীৰ তালিকা,

BTC ১ নং পৰ্বতঝোৰা AIUDF দলৰ মনোনিত প্ৰাৰ্থী দিলীপ গয়াৰী জিন্দাবাদ, AIUDF zindabad,
01/09/2025

BTC ১ নং পৰ্বতঝোৰা AIUDF দলৰ মনোনিত প্ৰাৰ্থী দিলীপ গয়াৰী জিন্দাবাদ, AIUDF zindabad,

31/08/2025

৭ নং গৌৰীপুৰ বিধানসভা সমষ্টিৰ সাংগঠনিক শক্তি বিকাশ অভিযান লক্ষ্য ২০২৬ সভাত ধুবুৰী জিলা AIUDF ৰ সাধাৰণ সম্পাদক আবু হানিফ ডাঙৰীয়াৰ কিছু বক্তব্য

31/08/2025

গৌৰীপুৰ বিধানসভা সমষ্টিৰ সাংগঠনিক শক্তি বিকাশ অভিযান লক্ষ্য ২০২৬,

৭ নং গৌৰীপুৰ বিধানসভা সমষ্টিৰ সাংগঠনিক শক্তি বিকাশ অভিযান লক্ষ্য ২০২৬,
31/08/2025

৭ নং গৌৰীপুৰ বিধানসভা সমষ্টিৰ সাংগঠনিক শক্তি বিকাশ অভিযান লক্ষ্য ২০২৬,

সাংগঠনিক শক্তি বিকাশ লক্ষ্য ২০২৬ ,দলীয় অভিনন্দন গ্ৰহণ কৰিব             প্ৰতি, মাননীয় ৭ নং গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত AIU...
30/08/2025

সাংগঠনিক শক্তি বিকাশ লক্ষ্য ২০২৬ ,

দলীয় অভিনন্দন গ্ৰহণ কৰিব
প্ৰতি, মাননীয় ৭ নং গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত AIUDF দলৰ তিনিখন সাংগঠনিক ব্লক তথা,বালাজান ব্লক,কামানডাঙা শিন্দ্ৰাই ব্লক,আটানী ব্লক, মুৰব্বী,যুৱ, মহিলা মৰ্চা কমিটিৰ সদস্য সদস্যা সকলোক জনোৱা যায় যে,অহা ৩১আগষ্ট ৰবিবাৰ ৰাতিপুৱা ১১ বজাত,আলম গঞ্জ বজাৰ সমবায় সমিতিৰ ফিল্টত , ধুবুৰী জিলা কমিটিৰ নিৰ্দেশ মৰ্মে এ আই ইউ ডি এফ দলৰ এখন কাৰ্যনিৰ্বাহক সভাৰ আহ্বান কৰা হৈছে উক্ত সভাত আপোনালোকৰ উপস্থিতি একান্ত ভাবে কামনা কৰা হল।

আহ্বায়ক।
মৌলানা বছিৰ উদ্দিন সেখ
সভাপতি বালাজান ব্লক কমিটি

আশাবাদী প্ৰাৰ্থী, BTC ১ নং পৰ্বতঝোৰা AIUDF দলৰ প্ৰাৰ্থী,
29/08/2025

আশাবাদী প্ৰাৰ্থী, BTC ১ নং পৰ্বতঝোৰা AIUDF দলৰ প্ৰাৰ্থী,

24/08/2025

আজি গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত বঁটেৰহাট সনাখুলী পঞ্চায়তৰ পৰা প্ৰায় ১৫০ শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিধায়ক নিজানুৰ ৰহমান চাহাবৰ উপস্থিতিত আনুষ্ঠানিক বাবে AIUDF দলত যোগদান কৰে।

24/08/2025

আজি BTC ১ নং পৰ্বতঝোৰাত UPPL আৰু BPF ৰ শতাধিক নেতা কৰ্মীয়ে বিধায়ক নিজানুৰ ৰহমান চাহাবৰ উপস্থিতিত অনুষ্ঠানিক বাবে AIUDF দলত যোগদান কৰে।

23/08/2025

Address

Dhubri

Alerts

Be the first to know and let us send you an email when Dhubri online posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share