Edu Tube Care

Edu Tube Care I want to see a educated and corruption free society but it is impossible if all educated persons keep silence for their own benefit.

So, all should come out and raise our voice against corruption.

08/09/2025

Your's faithfully
or
Yours faithfully,

29/01/2024

জলেস্বৰ উৰুচত পাগলা খানাত মদ, ভাং, জুৱা ইত্যাদি বিষয়ে কমিটিৰ মানুহে আচলতে কি কয়!

23/01/2024

জলেশ্বর পিৰবাৰীত উৰ্ছৰ শেষ দিনা আখিৰি মনাজাতৰ আগত আৰম্ভ হোৱা জলচাত মোৰ ভাগিন Syed Shabbir Murtaza ই গোৱা এটি গজল।

03/02/2023

এটি বিশেষ ঘোষণা। ঘোষণাটি অলমগঞ্জ বজাৰত বৰ্তমান বজাই আছে।

30/01/2023

নৱোদয় জাতীয় বিদ্যালয়, অলমগঞ্জৰ বছৰেকীয়া খেল ধেমালি আৰু সাংস্কৃতিক অনুষ্ঠানত বিদ্যালয়ৰ দুজনী ছাত্ৰীয়ে নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ video ইয়াত share কৰিলোঁ।
Jatiya Vidyalaya,Alomganj

26/01/2023

কেনেকৈ চিনেমা এখন বিনা পইচাত promot কৰাই হিট কৰাব লাগে ইয়াতকৈ ডাঙৰ উদাহৰণ আৰু কি হব পাৰে ! পাঠানে কৈছিল নহয় Apni Kursi Ka Peti Bandh Lo Mausam Badalnewala hai, মৌচম এইচা বিগৰ গায়া কি দেশত তুফান নহয়, চুনামিহে আহিছে! এতিয়া মই পাঠানৰ বিৰোধ কৰা বা ভণ্ডামি কৰা সকলৰ কিছু মন্তব্য Social Mediat শুনিবলৈ আগ্ৰহেৰে ৰৈ আছোঁ !

11/01/2023

জেলৰ পৰা ওলাই কি কলে টোনু কুমাৰ ধাতু মিয়া ! মিঞা সংগ্ৰহালয় উদ্বোধন কৰিবলৈ আহি তেওঁ জেলত সমাবলগীয়া হৈছিল।

14/12/2022

মিঞা মিউজিয়ামক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক আৰু জীহাদিৰ লগত সম্পৰ্ক থকাৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা আব্দুল বাতেনে জেলৰ পৰা ওলাই আহিয়েই কি কি কলে ! আহক আমি প্ৰথমৰ পৰা শেষলৈ চাওঁ।
Md Aminur Rahman
Muhiyyud Deen
Md Khalilur Rahman Ansari

01/11/2022

জিহাদিৰ লগত সম্পৰ্ক থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা অৱসৰ প্ৰাপ্ত অধ্যাপক আব্দুল বাতেন ছাৰৰ ALOMGANJ বজাৰৰ মাজমজিয়াত থকা অত্ৰ অঞ্চলৰ ভিতৰত সুনাম থকা অসমীয়া মাধ্যমৰ বিদ্যালয় "নৱোদয় জাতীয় বিদ্যালয়" ৰ পুৱাৰ প্ৰাৰ্থনা সভাৰ কিছুমান ভিডিঅ দৃশ্য। প্ৰতি বছৰে এইখন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী সকলে ভাল ফলাফল কৰি আহিছে। এনেকুৱা কৰ্মৰ লগত জৰিত এজন ব্যক্তিক এনেকুৱা সংগঠনৰ লগত জৰিত কৰাই চৰকাৰে কি বুজাব বিচাৰিছে সেয়া হয়তো ৰাইজে বুজিবলৈ বাকী নাই।

28/10/2022

Abdul Baten এ ন্যায়ালয়ৰ পৰা চিঞৰি চিঞৰি কলে মোৰ জিহাদিৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই ।

Address

Alomganj Bazar
Dhubri

Alerts

Be the first to know and let us send you an email when Edu Tube Care posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Edu Tube Care:

Share

Category