𝐏𝐑𝐎𝐓𝐈𝐁𝐀𝐃 𝐋𝐈𝐕𝐄 𝐀𝐗𝐎𝐌 - প্ৰতিবাদ লাইভ অসম

  • Home
  • India
  • Dhubri
  • 𝐏𝐑𝐎𝐓𝐈𝐁𝐀𝐃 𝐋𝐈𝐕𝐄 𝐀𝐗𝐎𝐌 - প্ৰতিবাদ লাইভ অসম

𝐏𝐑𝐎𝐓𝐈𝐁𝐀𝐃 𝐋𝐈𝐕𝐄 𝐀𝐗𝐎𝐌 - প্ৰতিবাদ লাইভ অসম Official Page of Protibad Live . Keep Watching & Stay ahead!

05/12/2025

এজন অন্ধ কণমানিৰ কণ্ঠত প্ৰাণ পাই উঠিল জুবিন গাৰ্গৰ এটি গীত।

#প্ৰতিবাদlive

04/12/2025

"প'ষ্ট মেলনৰ সংগীতানুষ্ঠানৰ‌ দিনাই জুবিন গাৰ্গ হ*ত্যাকাণ্ডৰ চাৰ্জশ্বীট কিয়"

সৰৱ কৃষক নেতা আকাশ দলে

15/08/2025

📌পৰ্বতঝোৰাৰ ডুলি গাওঁ পঞ্চম খণ্ড গাঁৱৰ ১৯ বছৰীয়া এজনী জীয়ৰী নিৰুদ্দেশ।

📌বগৰীবাৰী আৰক্ষী থানাত নিৰুদ্দেশৰ অভিযোগ দাখিল।

03/08/2025

কামৰূপ জিলা সাহিত্য সভাৰ অন্তৰ্গত জ্ঞানমালিনী সাহিত্য সভা ,শিঙাৰপাৰাই এক আজীৱন সভ্য ভৰ্ত্তি অভিযানৰ আয়োজন কৰিছে।

03/08/2025

স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত , নগাঁও জিলা প্ৰশাসনৰ অন্তৰ্গত জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত পথ সুৰক্ষা সম্পৰ্কত সজাগতামূলক বাইক ৰেলীৰ আয়োজন কৰা হয়।

03/08/2025

সংখ্যা লঘু মুছলমানৰ পিছত এইবাৰ খিলঞ্জীয়াৰ পাল।

#প্ৰতিবাদlive

02/08/2025

লাচিত সেনাই ক'ত পালে ইমান সাহস! ঘটনা স্থান হৈছে জামুগুৰিত । এজন মিয়া যুৱকক কিয় আঠু কাঢ়িবলৈ বাধ্য কৰালে লাচিত সেনাই।

18/07/2025

পুৱাৰ পৰাই শুকুৰ আলীয়ে তাৰ দোকান বিছাৰি হাবাথুৰি খাইছে।

08/07/2025

#প্ৰতিবাদlive

02/07/2025

তপামূৰত চুলি গজাবলৈ গৈ ৰাইজৰ ৰোষত পংকজ পাঠক!

29/06/2025

চৰকাৰী ভূমি নাম জাৰী কৰি দিয়াৰ নামত লাখ লাখ টকা লুণ্ঠনৰ অভিযোগ ভূ মাফিয়া দালাল চক্ৰৰ।

#প্ৰতিবাদlive

24/06/2025

📌পৃথিৱীৰ প্ৰথম আৰু শেষ গাদ্দাৰ ৰাজনৈতিক নেতা গৰাকী হ'ল হিমন্ত বিশ্ব শৰ্মা।

📌হয়! হিটলাৰৰ পাছত প্ৰথমখন গাদ্দাৰ ৰাজনৈতিক নেতা হ'ল হিমন্ত বিশ্ব শৰ্মা।

📌যিগৰাকী মুখ্য মন্ত্ৰী উন্নয়নৰ নামত কেৱল সংখ্যা লঘু জন সাধাৰণক লৈ ৰাজনীতি কৰাই আছিল তেওঁৰ মূল উদ্দেশ্য।

Address

Dhubri
783349

Alerts

Be the first to know and let us send you an email when 𝐏𝐑𝐎𝐓𝐈𝐁𝐀𝐃 𝐋𝐈𝐕𝐄 𝐀𝐗𝐎𝐌 - প্ৰতিবাদ লাইভ অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to 𝐏𝐑𝐎𝐓𝐈𝐁𝐀𝐃 𝐋𝐈𝐕𝐄 𝐀𝐗𝐎𝐌 - প্ৰতিবাদ লাইভ অসম:

Share