NE 24 ASSAM

NE 24 ASSAM NEWS EVERYDAY 24 ASSAM উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ডিজিটেল সংবাদ মাধ্যম। সত্য খৱৰৰ সন্ধানত আপোনাৰ ওচৰত। ধন্যবাদ।

02/09/2026

📌 গৌৰীপুৰ আৰক্ষী ড্ৰাগছ বিৰোধী অভিযান।

📌 গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিভূতি থাপাৰ নেতৃত্বত আৰু গৌৰীপুৰ আৰক্ষীৰ সহযোগত গৌৰীপুৰ কালিবাঢ়িত আৰক্ষীৰ অভিযানৰ ভিত্তিত ড্ৰাগছ সৰবৰাহ কৰাৰ সময়তে হাতে লোটে আৰক্ষীয়ে আটক কৰে দুজনকৈ সৰবৰাহকাৰী।

01/09/2026

📌 গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে বাতৰি পৰিৱেশন হোৱাৰ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

01/09/2026

📌 গৌৰীপুৰত সংঘটিত হৈছে এক আজৱ কাহিনী।

📌 এগৰাকী স্বামীয়ে তাৰ স্ত্ৰীৰ নামত অশ্লীল নামত অশ্লীল ভাষাৰে ভিডিও প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰে।

📌 সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ চাই মানসিক ভাৱে ভাঙি পঢ়িছে ছোৱালী গৰাকীৰ পৰিয়ালৰ লোকে।

সুপ্ৰভাত____ আজিৰ দিনটোৰ আপোনাৰ মঙ্গলময় হক।
01/09/2026

সুপ্ৰভাত____ আজিৰ দিনটোৰ আপোনাৰ মঙ্গলময় হক।

31/08/2026

📌 গৌৰীপুৰত মৰাপাটৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড।

31/08/2026

31/08/2026

সুপ্ৰভাত______ আজিৰ দিনটো আপোনাৰ মঙ্গলময় হক।

30/08/2026

📌 শিৱসাগৰ, চৰাইদেউ জিলাৰ অৰুণোদয় হিতাধিকাৰীয়ে এই মাহত লাভ কৰিব ২,০০০টকা: মুখ্যমন্ত্রী

📌 'অন্যান্য জিলাৰ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ১,২০০ টকা'

📌 ১০ ছেপ্টেম্বৰত হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয়ৰ ধন: মুখ্যমন্ত্রী

📌 '১ ছেপ্টেম্বৰত উজনিৰ ৪জিলাৰ বন্যার্তলৈ লৈ ১৫০০০টকাৰ ১ম কিস্তিৰ ধন'

📌 এতিয়ালৈ সাহায্য লাভ নকৰা পৰিয়ালে লাভ কৰিব এই ধন: মুখ্যমন্ত্রী

📌 ১ ছেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ হ'ব জীৱন প্ৰেৰণা আঁচনি, CM FLIGHT আঁচনি প্ৰথম কিস্তিৰ ধন মুকলি হ'ব: মুখ্যমন্ত্রী

30/08/2026

📌 ৰেচন কাৰ্ড থকা পৰিয়াললৈ সুখবৰ।

📌 দাইল, চেনি সুলভ মূল্যতে লাভ কৰিব হিতাধিকাৰীয়ে।

📌 হিতাধিকাৰীয়ে ৩৫টকাত লাভ কৰিব ১ কেজি চেনি, ৭০ টকাত লাভ কৰিব সুলভ মূল্যৰ মচুৰ দাইল: মুখ্যমন্ত্রী।

30/08/2026

📌
আছাম ৰেজিমেন্টেল চেণ্টাৰত প্ৰশিক্ষণৰত অগ্নিবীৰসকলৰ সৈতে মত-বিনিময় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ। অগ্নিবীৰ হিচাপে দায়িত্ব সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকৰ সংস্থাপনৰ বিষয়টো গুৰুত্বসহকাৰে লোৱা হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। সকলো ৰাজ্যৰ লগতে অসম চৰকাৰেও অগ্নিবীৰসকলক উচিত সংস্থাপন প্ৰদানৰ দিশত বিশেষভাৱে কাম কৰিব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্রীজনে।

Address

H. O. Gauripur Dhubri
Dhubri
783331

Telephone

+916002684431

Website

Alerts

Be the first to know and let us send you an email when NE 24 ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NE 24 ASSAM:

Shortcuts

Share