Agomani Aanchalik AKRSU, UG

Agomani Aanchalik AKRSU, UG জাতিৰ জন্নে লাগিলে জীৱন দিম

28/08/2026

আজি ২৮ আগষ্টত আক্ৰাছুৰ প্ৰতাৰনা দিৱস হিচাপে ধুবুৰী জিলাৰ আগমনী ৰাজহ চক্ৰত আগমনী আঞ্চলিক কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই আৰু অবিভক্ত গোৱালপাৰা আগমনী আঞ্চলিক আক্ৰাছুয়ে কলা পতাকা উত্তোলন কৰি প্ৰতাৰনা দিৱস পালন কৰে

17/08/2026

গোটায় কোঁচ ৰাজবংশী ছাত্ৰ সন্থা অবিভক্ত গোৱালপাৰা ধুবুৰী জিলাৰ উদ্যোগত

দি আৰ্ট অৱ লিভিং সংস্থাৰ পৰিচালনাত

🙏ৰুদ্ৰ অভিষেক🙏
গোটায় কামতাপুৰ বাসী ৰাইজেৰ সুখ শান্তি সমৃদ্ধি আৰ মঙ্গলেৰ যন্নে পূজা অৰ্চনা কৰা হয়।

31/07/2026

কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত আৰু ১০ নং বিলাসীপাৰা সমষ্টিৰ মাননীয় বিধায়ক তথা কে এচিৰ মুখ্য কাৰ্য্যবাহী পাৰিষদ শ্রীযুত জীবেশ ৰায়ৰ সহযোগত ১০ দিনীয়া কোচ বাজবংশী গোৱালিনী, কাতি আৰু হুদুম নৃতাৰ
বিনামূলীয়া কর্মশালাৰ অন্তিম দিনা


Agomani Aanchalik AKRSU, UG

fans

29/07/2026

গোৱালিনী নাচ



fans

সউক গিলান akrsu ৰ কৰ্ম কৰ্তাক ৩৬তম প্ৰতিষ্ঠা দিৱসেৰ শুভেচ্ছা জানালুং ।
29/07/2026

সউক গিলান akrsu ৰ কৰ্ম কৰ্তাক ৩৬তম প্ৰতিষ্ঠা দিৱসেৰ শুভেচ্ছা জানালুং ।

21/07/2026

21/07/2026
25/06/2026

২৮ নং ধোৰাৰঘাট ১ম খণ্ড এল পি স্কুলৰ প্ৰধান তথা স্কুলীয়া ছাত্ৰীক প্ৰেমৰ প্ৰস্তাৱ দিয়া লম্পট আনোৱাৰ‌ হুছেইনে ৰহস্যজনকভাৱে জামিন পোৱাটো দুৰ্ভাগ্যজনক সমাজখনৰ লগতে শিক্ষাৰ ক্ষেত্ৰখনৰ দিশত । আমি ধুবুৰী জিলা ইউ জি আক্ৰাছু ৰ ফালৰ পৰা গৰিহণা জনাইছো ।
অহাকালি ২৬-০৬-২০২৬ তাৰিখ শুক্ৰবাৰে ৰাতিপুৱা গোলোকগঞ্জ আৰক্ষী থানাৰ সন্মুখত ধুবুৰী জিলা ইউ জি আক্ৰাছু ৰ ফালৰ বৃহৎ গণ আন্দোলন গঢ়ি তোলা হ'ব ।
এই আন্দোলনত সকলো সচেতন অভিভাৱক তথা ৰাইজে অংশগ্ৰহণ কৰক ।

সময় ৰাতিপুৱা ১০ বজাত ।

Himanta Biswa Sarma
DC Dhubri
Dhubri Police

আজি ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত আমি ধুবুৰী জিলা ইউ জি আক্ৰাছু য়ে গোটায় কোচ ৰাজবংশী ছাত্ৰ সন্থা অবিভক্ত...
21/06/2026

আজি ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত আমি ধুবুৰী জিলা ইউ জি আক্ৰাছু য়ে গোটায় কোচ ৰাজবংশী ছাত্ৰ সন্থা অবিভক্ত গোৱালপাৰা ৰ কেন্দ্ৰীয় সভাপতি তথা যোগ প্ৰশিক্ষক ৰাতুল ৰায় লগত ধুবুৰী জিলা ইউ জি আক্ৰাছু ৰ সাংগঠনিক সম্পাদক তথা যোগ প্ৰশিক্ষক ৰাহুল ৰায় ৰ পৰিচালনাত যোগ দিৱস পালন কৰাৰ দৃশ্যাংশ।

যোগ চিত্তবৃত্তি নিৰধঃ
সকলোকে আন্তৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো ।

16/06/2026

ধুবুৰী জিলাৰ কালাহাটত ছাত্ৰীৰ সৈতে অসৎ আচৰণৰ অভিযোগত আটক হিন্দী শিক্ষক।
শিক্ষক আব্দুল মোন্নাফ শেখক অতি শীঘ্ৰে নিলম্বন কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ অবিভক্ত গোৱালপাৰা আক্ৰাছুয়ে দাবী জনালোঁ।




Address

Agomani
Dhubri
783335

Alerts

Be the first to know and let us send you an email when Agomani Aanchalik AKRSU, UG posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category