BIG NE AXOM

BIG NE AXOM media news
(2)

ফেলো কৰক ফেচবুকত গৈ "বিগ এনি অসম "সুন্দৰ অনুভৱৰ সৈতে শুভ সন্ধিয়া সুপ্ৰিয় দৰ্শক আজি দিনটোত সকলোৰে বাবে কাইলৈৰ এটি মিঠা ...
21/08/2026

ফেলো কৰক ফেচবুকত গৈ "বিগ এনি অসম "
সুন্দৰ অনুভৱৰ সৈতে শুভ সন্ধিয়া সুপ্ৰিয় দৰ্শক আজি দিনটোত সকলোৰে বাবে কাইলৈৰ এটি মিঠা হাঁহি আৰু আনান্দময় জীৱন হক।।

20/08/2026

অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণা।

গৌৰীপুৰ ৰজাঘৰিয়াৰ ভিতৰত অন্যতম বৰ্তমান আছেপ্ৰবীৰ বৰুৱা যিয়ে এতিয়াও ৰাজবংশৰ বিভিন্ন কলা সংস্কৃতিৰ বাহক হিচাপে সাতামপুৰ...
17/08/2026

গৌৰীপুৰ ৰজাঘৰিয়াৰ ভিতৰত অন্যতম বৰ্তমান আছে
প্ৰবীৰ বৰুৱা যিয়ে এতিয়াও ৰাজবংশৰ বিভিন্ন কলা সংস্কৃতিৰ বাহক হিচাপে সাতামপুৰুষীয়া ভেঠি ৰক্ষা কৰি আহিছে। তেখেতৰ অন্যতম গুৰুত্বপূৰ্ণ বহুত কথা
আৰু গৌৰীপুৰৰ দেবি পুজা সম্পৰ্কে বংশানুক্ৰমে চলি অহা শংকৰ চৰকীয়াৰ পৰা ঐতিহাসিক পটভূমিৰ
বিভিন্ন কিংবদন্তী বহুতো ৰহস্যময় পুৰনি ইতিহাস শুনিলে আচৰিত হৈ যাব।
পোনপটীয়া সাক্ষাৎকাৰ চাওক আৰু তাৰ আগতে
ফেচবুকত গৈ ফেলো কৰক "বিগ এনি অসম"নিউজ চেনেলটো।
Next episode
On the exclusive visual ground jero with proshanta Bhakat.

বন মন্ত্ৰী জয়ন্তমল্লব বৰুৱাৰ বৃহত্তম ঘোষণা বনৰীয়া হাতীয়ে ধান খালে পাব আঠ হাজাৰ কৈ টকা।এই আচঁনিৰ উদেশ্য এটায় বনজ সম্প...
15/07/2026

বন মন্ত্ৰী জয়ন্তমল্লব বৰুৱাৰ বৃহত্তম ঘোষণা
বনৰীয়া হাতীয়ে ধান খালে পাব আঠ হাজাৰ কৈ টকা।
এই আচঁনিৰ উদেশ্য এটায় বনজ সম্পদৰ সংৰক্ষণ আৰু কৃষিভূমি থকা কৃষকৰ লোকচান ভৰিব এতিয়া চৰকাৰে।।হয় আপুনি শুনি আচৰিত হ'লেও এয়াই সঁচা কথা অসমত পোন প্ৰথমবাৰৰ বাবে কৃষকসকলৰ বাবে
চৰকাৰী সুবিধা দিছে।
যাতে ৰাইজে যধে -মধে বনৰীয়া হাতীক মাৰ পিট বা ধাননী পথাৰৰ পৰে নেখেদে ।
খেদিলে টকা নাপাব এতিয়াৰে পৰা ধান খাবলৈ আহিলে হাতীক ধান খাবলৈ দিব দিছে বন্য মন্ত্ৰী জয়ন্তমল্লব বৰুৱাই।।

30/06/2026

অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত গোলকগঞ্জ সমষ্টিৰ পোকালাগী তৃতীয় খন্ডত আজি কেবিনেট মন্ত্ৰী অশ্বনী ৰায় সৰকাৰে আয়ুষ্মান আৰোগ্য মন্দিৰৰ শুভ উদ্বোধন কৰে। উপস্থিতত থাকে বিভিন্ন চৰকাৰী বিষয়া সকল আৰু ৰাইজৰ লগত মত বিনিময় কৰে।
সবিশেষ চাওক ভিডিঅ'টো শেষলৈ পোনপটীয়া সম্প্ৰচাৰ ৰিপোৰ্টাৰ প্ৰশান্ত ভকতৰ সৈতে।



29/06/2026

অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত গোলকগঞ্জ সমষ্টিৰ পোকালাগী গাওঁ পঞ্চায়তৰ অন্তৰ্ভুক্ত খেৰবাৰী প্ৰথম খন্ডৰ পকী বাট বান পানীত বুঢ় গৈছে।
ৰাইজে ইয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাদেবক পথটোৰ মেৰামতিৰ বাবে আবেদন জনাইছে।


অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত গোলকগঞ্জ সমষ্টিৰ পৰা হালাকুৰাত অন্তৰ্গত দীঘলটাৰীৰ জাকিৰ হোছেইনএজন ভুৱা এম ,বি ,বি এছ ,ডাক্তৰ।...
25/06/2026

অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত গোলকগঞ্জ সমষ্টিৰ পৰা
হালাকুৰাত অন্তৰ্গত দীঘলটাৰীৰ জাকিৰ হোছেইন
এজন ভুৱা এম ,বি ,বি এছ ,ডাক্তৰ।
কাহিনীটো বহুতো গুৰুত্বপূৰ্ণ কিয়নো বহুতো দিনৰ পৰাই
জড়া ,ফুকা পানীৰ বটল, ঔষধেৰে হালাকুৰাৰ
পুৰনি দ্বীপ ছিনেমা হলৰ কাষতে এটা বিল্ডিংত চেম্বাৰ খুলি ব্যাবসায় চলাই আছিল।
আজি আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি বিভিন্ন নথি পত্ৰৰৰ লগতে বিভিন্ন আপত্তি জনক সামগ্ৰীৰ সৈতে এই
ভুৱা ডাক্তৰ জাকিৰ হুছেইনক আটক কৰে।
জানিব পৰা মতে জাকিৰ হুছেইনৰ আছে হালাকুৰাতে কেইবাটাও অট্টালিকা আৰু অতি সোনকালেই কৌটি টকাৰ পাহাৰ ভুৱা ডাক্তৰৰ হৈ গড়িছে নে আচল ৰহস্য কি আৰক্ষীয়ে ইয়াৰ তদন্তৰ পিছত হে পোহৰলৈ আহিব বুলি জানিব পৰা গৈছে্।
ৰিপোৰ্ট
প্ৰশান্ত কুমাৰ ভকত।

অসমত আজি জাপানৰ প্ৰধানমন্ত্ৰী আহিব গতিকে সমগ্ৰ গুৱাহাটীতে ভিখাৰীমুক্ত হ'ব কিয়নো ইতিমধ্যে প্ৰসাশনে ভিখাৰী উদ্ধাৰ অভিযান ...
20/06/2026

অসমত আজি জাপানৰ প্ৰধানমন্ত্ৰী আহিব গতিকে সমগ্ৰ গুৱাহাটীতে ভিখাৰীমুক্ত হ'ব কিয়নো ইতিমধ্যে প্ৰসাশনে ভিখাৰী উদ্ধাৰ অভিযান আৰু পুনৰ সংস্থাপনৰ বাবে তৎপৰ হৈ উঠিছে গুৱাহাটী উপপথ, ৰাজপথৰ। চাওঁক এই বিশেষ প্ৰতিবেদন
প্ৰশান্ত কুমাৰ ভকত, বিশেষ বাৰ্তা" বিগ এনি অসম" নিউজ চেনেলটোৰ যোগেদি।

20/06/2026

অসমৰ সীমান্তবৰ্তী অঞ্চলৰ ছাগলীয়াত ভয়ংকৰ অগ্নিকাণ্ড তিনিটা দোকান জাহ গল বুলি ইতিমধ্যে প্ৰকাশিত হৈছে আৰু অগ্নি নিৰ্বাপিত বাহিনীৰ উপস্থিতত কিছু সকাহ পোৱা বুলি ৰাইজে স্বিকাৰ কৰিছে।
Exclusive visual report by proshanta kumar Bhakat.

Address

Jinkata Pt1
Dhubri

Alerts

Be the first to know and let us send you an email when BIG NE AXOM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BIG NE AXOM:

Shortcuts

Share