North East Bulletin

North East Bulletin This is the official page of North East Bulletin.Regd - Assamese News Portal
(1)

This is the official page of North East Bulletin North East Bulletin channel always provides true, fearless and fair news Like and follow our page to keep up with the latest news from your own region Our Website WWW.NORTHEASTBULLETINNEWS.IN

04/09/2026

ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মাষ্টমী উপলক্ষে ধুবুৰী কালীবাড়ীত শ্ৰীকৃষ্ণ,গোপাল আৰু ৰাধাৰ চৰিত্ৰৰ ওপৰত কণ কণ শিশু সকলৰ মাজত প্ৰতিযোগিতা।

পৰ্বতঝোৰাত সামাজিক মাধ্যমত ভগৱান শিৱৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি গ্ৰেপ্তাৰ ধনঞ্জয় ৰাভা৷
04/09/2026

পৰ্বতঝোৰাত সামাজিক মাধ্যমত ভগৱান শিৱৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি গ্ৰেপ্তাৰ ধনঞ্জয় ৰাভা৷

04/09/2026

ধুবুৰীত স্কুলৰ পৰা পিছলি পৰি অসুস্থ অংগনবাড়ী কেন্দ্ৰৰ কণমানি ছাত্ৰী। সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ।

নগাৱঁৰ প্ৰাক্তন আয়ুক্ত তথা IAS বিষয়া দেৱাশীষ শৰ্মাই চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ লৈয়ে বিজেপিত যোগদান কৰাৰ ঘোষণা।
04/09/2026

নগাৱঁৰ প্ৰাক্তন আয়ুক্ত তথা IAS বিষয়া দেৱাশীষ শৰ্মাই চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ লৈয়ে বিজেপিত যোগদান কৰাৰ ঘোষণা।

04/09/2026

আজি শ্ৰী কৃষ্ণৰ পবিত্ৰ জন্মাষ্টমী। ধুবুৰীৰ শ্ৰী নিমানন্দ গোড়ীয় মঠ মন্দিৰত তিনি ৰাজ্যৰ পৰা আহিছে ভক্ত গণ।

04/09/2026

ধুবুৰীৰ বালাজানত ক্ৰীড়া সন্থাৰ উদ্যোগত ফুটবল টুৰ্ণামেণ্ট।
অহা কালিৰ পৰা বালাজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰ বালাজান মিনি ষ্টেডিয়ামত ক্ৰীড়া সন্থাৰ উদ্যোগত আকৰ্ষণীয় এখন ৮ দলীয় ফুটবল টুৰ্ণামেণ্টৰ শুভ উদ্বোধন কৰা হব।

04/09/2026

গৌৰৱ গগৈৰ জন্মদিন উপলক্ষে গৌৰৱ গগৈ ফেন্স ক্লাব, ধুবুৰী দ্বাৰা আয়োজিত ধুবুৰী গুৰুদ্বাৰা শ্ৰী গুৰু তেগ বাহাদুৰ সাহিব তথা শিখ মন্দিৰত গৌৰৱ গগৈৰ দীৰ্ঘায়ু আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰে৷

03/09/2026

মুখ্য মন্ত্ৰীক প্ৰশ্ন কৰাই কাল হল এগৰাকী মহিলা সাংবাদিকৰ। থানাত লৈ গৈ সাংবাদিক গৰাকীক প্ৰহাৰ দিল্লী আৰক্ষীৰ।

সৰ্বভাৰতীয় NEET পৰিক্ষাত সফল হোৱা ধুবুৰী ধৰ্মশালাৰ আল ৰাবিয়ে বৰপেটা মেডিকেল কলেজত পঢ়াৰ সুযোগ লাভ কৰিলে৷
03/09/2026

সৰ্বভাৰতীয় NEET পৰিক্ষাত সফল হোৱা ধুবুৰী ধৰ্মশালাৰ আল ৰাবিয়ে বৰপেটা মেডিকেল কলেজত পঢ়াৰ সুযোগ লাভ কৰিলে৷

03/09/2026

ধুবুৰীত মহিলাক হাৰাশাস্তি কৰা তিনি যুৱক আৰক্ষীৰ জালত।ৰণি কুণ্ডু, অৰুণ চৌধুৰী আৰু সন্তোষ চৌধুৰীক আটক।

Address

Dhubri
783301

Website

Alerts

Be the first to know and let us send you an email when North East Bulletin posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to North East Bulletin:

Shortcuts

Share