NE 24 ASSAM Digital

NE 24 ASSAM Digital Welcome to NE 24 ASSAM ( NEWS EVERYDAY 24 ASSAM) - the digital Assamese Page of Assamese Digital News Channel, NE 24 ASSAM.

আজি কাৰ্গিল বিজয় দিৱস।
26/07/2025

আজি কাৰ্গিল বিজয় দিৱস।

25/07/2025

◾ ধুবুৰী গোলকগঞ্জৰ অগপ আৰু বিজেপিৰ মাৰপিটৰ ঘটনাক লৈ তামাৰহাটৰ পাগলাহাটত আক্ৰাছুৰ প্ৰতিক্রিয়া।

24/07/2025

📌 গোলকগঞ্জৰ সম জিলা কার্যালয় চৌহদত সংঘটিত হোৱা অপ্ৰীতিকৰ ঘটনাক লৈ বীৰ চিলাৰায় সেনা (সতন্ত্ৰ) ৰ প্ৰদীপ ৰায় ওৰফে নিত্যা ৰায়ৰ প্ৰতিক্ৰিয়া।

#অসমীয়ানিউজ

24/07/2025

📌 গোলকগঞ্জৰ সম জিলাৰ অন্তৰ্গত গোলকগঞ্জ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ সম্মুখত বিভিন্ন দল সংগঠনৰ উত্তাল প্ৰতিবাদ।
📌 যোৱা কালি গোলকগঞ্জৰ সম জিলা কাৰ্য্যালয়ৰ সম্মুখত মাৰপিটৰ ঘটনাক লৈ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ।
📌 গোলকগঞ্জৰ সম জিলাৰ কাৰ্য্যালয়ৰ সম্মুখত ঘটনাক লৈ ধুবুৰী জিলা কে পি পি ৰ প্ৰতিক্ৰিয়া।

#অসমীয়ানিউজ

24/07/2025

◾ গোলকগঞ্জৰ সম জিলাৰ অন্তৰ্গত গোলকগঞ্জৰ চক্ৰ বিষয়া কাৰ্য্যালয় সম্মুখত বিভিন্ন দল সংগঠনৰ উত্তাল প্ৰতিবাদ।
📌 যোৱা কালি গোলকগঞ্জৰ সম জিলা কাৰ্য্যালয়ৰ সম্মুখত মাৰপিটৰ ঘটনাক লৈ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ।
📌 দোষীক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে বুলি স্মাৰক প্ৰত্ৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু ধুবুৰী জিলা আৰক্ষী আহ্বান।

#অসমীয়ানিউজ

22/07/2025

📌 কমতাপুৰ শায়ত্ব শাষিত পৰিষদৰ তৰফৰ পৰা বিভিন্ন আত্ম সহায়ক গোটক এক কালিন আৰ্থিক অনুদান।

📌 গোলকগঞ্জৰ বিছনদই গাঁও পঞ্চায়তৰ কাৰ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হয় আৰ্থিক অনুদান প্ৰদান অনুষ্ঠান

📌 কমতাপুৰ শায়ত্ব শাষিত পৰিষদৰ সাধাৰণ পৰিষদ তথা সমাজকৰ্মী উত্তম কুমাৰ প্ৰধানীয়ে নিজা পূজিৰ পৰা আত্মসহায়ক গোটক আৰ্থিক অনুদান প্ৰদান কৰে।

21/07/2025

📌 সদৌ দেশী জাতীয় পৰিষদৰ সংবাদমেল৷

📌 সদৌ দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি ছফিয়ল হকৰ ধুবুৰীৰ নিজা বাসগৃহত সংবাদমেল৷

📌 সদৌ দেশী জাতীয় পৰিষদৰ উচ্ছেদক লৈ সম্পূৰ্ণ সহমত আছে কিন্তু দেশী লোক সকলোক পূণৰ সংস্থাপন দিয়াৰ বাবে চৰকাৰ লৈ আহ্বান৷

21/07/2025

◾ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰংগ দলৰ গো মাফিয়া আৰু লাভ জেহাদৰ বিৰুদ্ধে সংবাদ মেল ধুবুৰীৰ ৰতিয়াদহত।

ND24ৰ অনুষ্ঠান ‘আজিৰ পৰ্যৱেক্ষণ’অনুষ্ঠানত কংগ্ৰেছ বিধায়কৰ চূড়ান্ত অসভ্যালি দুৰ্ভাগ্যবজনক । গৰিহণাৰ যোগ্য।
19/07/2025

ND24ৰ অনুষ্ঠান ‘আজিৰ পৰ্যৱেক্ষণ’অনুষ্ঠানত কংগ্ৰেছ বিধায়কৰ চূড়ান্ত অসভ্যালি দুৰ্ভাগ্যবজনক । গৰিহণাৰ যোগ্য।

19/07/2025

◾ ইচ্ছা কৰিলে মইহে গেপ্তাৰ কৰিব পাৰো ৰাহুল গান্ধীক।

◾ সংবাদ মাধ্যমৰ আগত মন্তব্য মুখ্যমন্ত্ৰীৰ।

◾ অসমত দুটা কেচ আছে ৰাহুল গান্ধীৰ মন্তব্য মুখ্যমন্ত্ৰী

18/07/2025

📌 মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অবিভক্ত গোৱালপাৰাত যি উচ্ছেদ চলাই আছে । ইয়াক লৈ পূৰ্ণ সমৰ্থন চিলাৰায় সেনা স্বতন্ত্ৰ অসমৰ ধুবুৰী জিলা সমিতিৰ । আৰু বাংলাদেশীক সকিয়নি।

#অসমীয়ানিউজ

Address

H. O. GAURIPUR DHUBRI
Dhubri
783331

Website

Alerts

Be the first to know and let us send you an email when NE 24 ASSAM Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NE 24 ASSAM Digital:

Share