EZAZ ALI

EZAZ  ALI Advertiser

দুয়ো জনীকে অভিনন্দন জনালো
02/08/2025

দুয়ো জনীকে অভিনন্দন জনালো

01/08/2025

আগষ্ট মাহত
নাপাব
অৰুণোদয় আচনিৰ
ধন ?

25/07/2025
25/07/2025

দুৰ্ভগীয়া জাতিৰ হৈ মাত মাতিবলৈ
AIUDF ৰ বাহিৰে কোনো নাই!

25/07/2025

উচ্ছেদিত মানুহৰ পক্ষত থিয় দিয়ক
সকলোৱে?

হাৰিয়ানাত আবদ্ধ শ্ৰমিক সকলৰ কাষত মানকাচৰৰ বিধায়ক আমিনুল ইছলাম।
24/07/2025

হাৰিয়ানাত আবদ্ধ শ্ৰমিক সকলৰ কাষত মানকাচৰৰ বিধায়ক আমিনুল ইছলাম।

24/07/2025

হাচিলাবিলৰ উচ্ছেদিত ৰাইজলৈ এটা সুখবৰ দিব বিচাৰিছোঁ...

গোৱালপাৰা জিলাৰ অন্তৰ্গত হাচিলা বিলত অসম চৰকাৰৰ নেতৃত্বত যি অসংবিধানিক আৰু অমানৱীয় উচ্ছেদ চলিছিল, তাৰ বিৰুদ্ধে সন্মানীয় মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বাধীন অসম ৰাজ্যিক জমিয়ত উলামাই মহামান্য উচ্চতম ন্যায়ালয়ত তৰা গোচৰ নং PIL Diary No. 37759/২5-ৰ শুনানী হয়। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ১ নং কোৰ্টত এই গোচৰৰ শুনানী হয় আৰু শুনানী ন্যায়াধীশ বি. আৰ. গাৱাই ডাঙৰীয়া আৰু ন্যায়াধীশ বিনোদ চন্দ্ৰন ডাঙৰীয়াই লয়।

শুনানী মৰ্মে উচ্চতম ন্যায়ালয়ে অসম চৰকাৰ, মুখ্য সচিব, গোৱালপাৰাৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক, ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট আদি সকলোলৈ জাননি জাৰি কৰিছে আৰু এইসকল লোকে মহামান্য উচ্চতম ন্যায়ালয়ৰ গাইড লাইন ভংগ কৰি কেনেকৈ উচ্ছেদ চলালে তাৰ এতিয়া জবাব দিব লাগিব।

অসম ৰাজ্যিক জমিয়ত উলামাই এই গোচৰটোৰ বাবে উচ্চতম ন্যায়ালয়ৰ অভিজ্ঞ জ্যেষ্ঠ অধিবক্তা শ্ৰী সঞ্জয় হেগড়ে ডাঙৰীয়াক নিয়োজিত কৰিছিল আৰু উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আদিল আহমদ ডাঙৰীয়া, অধিবক্তা মহম্মদ ছমচাদ ডাঙৰীয়া আদি সকলোৱে সহায় কৰিছিল।অসমৰ অধিবক্তা আব্দুৰ ৰেজ্জাক ভূঞা ডাঙৰীয়া, অধিবক্তা জুনাইদ খালিদ ডাঙৰীয়াৰ সৈতে ময়ো এই যাত্ৰাৰ সমভাগী হ’বলৈ পাই আনন্দিত হৈছোঁ।

আমি এনে অমানৱীয় আৰু অসংবিধানিক উচ্ছেদৰ বিৰুদ্ধে ৰাজপথ আৰু ন্যায়ালয় সকলোতে সদায় মাত মাতি আহিছোঁ আৰু আগলৈও মাত মাতি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ 🙏
-- আমিনুল ইছলাম, বিধায়ক, মানকাছাৰ

AIUDF ৰ 3 বিধায়কে হাৰিয়ানালৈ ৰওনা হৈছে অসমৰ আবদ্ধ শ্ৰমিক সকলক উদ্ধাৰৰ  বাবে।
22/07/2025

AIUDF ৰ 3 বিধায়কে হাৰিয়ানালৈ ৰওনা হৈছে অসমৰ আবদ্ধ শ্ৰমিক সকলক উদ্ধাৰৰ বাবে।

Good news
21/07/2025

Good news

21/07/2025

মানকাচৰ সমষ্টিৰ ফেকামাৰি আঞ্চলিক পঞ্চায়তৰ নতুন সভাপতি হল ফুলেৰচৰ GP ৰ কাউন্সিলাৰ মোন্নাফ সেখ।
অভিনন্দন নতুন সভাপতিলৈ

20/07/2025

হাৰিয়ানাত মানকাচৰৰ 41 জন কৈ শ্ৰমিক গ্ৰেপ্তাৰৰ পিছতেই বিধায়ক আমিনূল ইছলামৰ প্ৰতিক্ৰিয়া প্ৰকাশ!

Address

Sukchar
Dhubri
783128

Telephone

+918638444474

Website

Alerts

Be the first to know and let us send you an email when EZAZ ALI posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to EZAZ ALI:

Share