Rezi -Moni - Assam

Rezi -Moni - Assam personal Blog, cooking videos,making testy foods , insta reel videos will be provided here.

14/09/2026

আমাৰ বেটি মাছ খাইয়া সেই ভালো পায়
তাই ওৰ জন্ন মাছ বানাইলাম

Good morning guys
14/09/2026

Good morning guys

Netai dhubuni ghat
03/08/2024

Netai dhubuni ghat

10/07/2024
Handmade momo
21/06/2024

Handmade momo

21/04/2024

Brahmaputra river front... Guwahati

29/03/2024

যোৱা ইং 25/03/2024 তাৰিখে আমি দুজনে বৰপেটাৰ পৰা শিৱসাগৰলৈ এটি বিশেষ কাৰণত গৈছিলো । কাম-কাজ শেষ হোৱাৰ পাছত ৰাতি বনশ্ৰী চহৰীয়া বাইদেউৰ ৰুমতেই কটাও ।ৰমজান মাহ যিহেতু মই তাইক কলো যে আমি ৰোজা ধৰিম তেতিয়া তাই কলে যে ঠিক আছে আজি মই ৰান্ধি খুৱাম ।পিছ ৰাতিত টোপনিৰ পৰা সাৰ পাই দেখো যে বাইদেউয়ে ধুনীয়াকৈ ৰান্ধি আছে আৰু পাছত আমাক খুৱাই আকৌ টোপনিত যায়। সচাঁকৈ বহুত ভাল লাগিছে। আপোনাক কৃতজ্ঞতা জনাইছোঁ। সেই দিনটোৰ ভাললগা মূহুৰ্ত ইয়াৰ জৰিয়তে সাঁচি ৰখাৰ প্ৰয়াস কৰিলোঁ।
ধন্যবাদ বাইদেউ আৰু দাদা।

    With my husband ❤️❤️
26/03/2024



With my husband ❤️❤️

Address

Gauripur
Dhubri
783331

Website

Alerts

Be the first to know and let us send you an email when Rezi -Moni - Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rezi -Moni - Assam:

Shortcuts

Share

Category