The News 24Axom

The News 24Axom কেৱল সময়ৰ অপেক্ষা
(1)

16/10/2025

গৌৰীপুৰ বলতমাৰাত শোকাবহ পথ দুৰ্ঘটনা।
১৭নং ৰাষ্ট্রীয় ঘাইপথত যাত্ৰীবাহী বাছৰ চেপাত থিতাতে নিহত এজনী বৃদ্ধা।

16/10/2025

কৃষকৰ পুত্ৰই পালে আৰক্ষী কনিষ্টবল চাকৰি ।
অসম আৰক্ষীত সফলতা লাভ কৰিলে ধুবুৰী জিলাৰ তামাৰহাটৰ দফৰপুৰ গাঁওৰ দুগৰাকী দৰিদ্ৰ ঘৰৰ যুৱক

16/10/2025

অসম আৰক্ষীত সফলতা লাভ কৰিলে গোলোকগঞ্জৰ বিছনদৈ গাওঁৰ দৰিদ্ৰ পৰিয়ালৰ কন্যা ।

প্ৰিয়জন নোহোৱা হ'ল! মাজনিশা বিশেষ আহ্বান পত্নী গৰিমা গাৰ্গৰ। ❤️
16/10/2025

প্ৰিয়জন নোহোৱা হ'ল! মাজনিশা বিশেষ আহ্বান পত্নী গৰিমা গাৰ্গৰ।

❤️

15/10/2025

ধুবুৰীৰ ছোটগুমাত এটা জঘন্য কাণ্ডক লৈ চেপা উত্তেজনা বিৰাজ কৰিছে।

15/10/2025

গোলকগঞ্জৰ বিছনদৈ গাঁওৰ এজন যুৱক নিৰুদ্দেশ। যুৱকজন হল বিছনদৈ প্ৰথম খণ্ড গাঁওৰ জাফাৰ আলীৰ পুত্ৰ ৰফিক শেখ ।
যোগাযোগ ৰ নম্বৰ 8638774913 /8472014803

15/10/2025

কাৰাগাৰৰ বাহিৰত জুবিন অনুৰাগীৰ ক্ষোভ চাওঁক
শ্যামকানু-সিদ্ধাৰ্থক দেখাৰ লগে লগে গাড়ী লৈ চোচা ল’লে অনুৰাগীয়ে

15/10/2025

'জুবিন মামা- ট্ৰফী চোৱা' । 'মই জয়ী হৈ তোমালে ট্ৰফী লৈ আনিলো' । কথা দি কথা ৰাখিলে আধ্যাশ্ৰীয়ে । জুবিন গাৰ্গৰ সমাধিত উপস্থিত হৈ উচুপি উঠিল কণমানি আধ্যাশ্ৰী

15/10/2025

''জুবিন মামা তুমি কৈছিলা জয়ী হৈ ট্ৰফীটো দেখুৱাবলৈ.... আজি তোমাক দেখুৱাবলৈ ট্ৰফী লৈ আহিছোঁ! প্লিজ তুমি এবাৰ আহি যোৱা ''....এইদৰেই জুবিন ক্ষেত্ৰত উচুপি উঠিল আধ্যশ্ৰী উপাধ্যায়

15/10/2025

শ্যামকানু, সিদ্ধাৰ্থ,সন্দীপনসহ দুই দেহৰক্ষীক জে'ললৈ প্ৰেৰণ। ১৪ দিনৰ পিছত পুনৰ হাজিৰ কৰা হ'ব আদালতত। ৫ অভিযুক্তৰ নাই কোনো অধিবক্তা।

15/10/2025

সকলো একেলগে

পুনৰ ফেচবুকত গৰিমা শইকীয়া গাৰ্গৰ  আবেগিক পোষ্ট         #
14/10/2025

পুনৰ ফেচবুকত গৰিমা শইকীয়া গাৰ্গৰ আবেগিক পোষ্ট

#

Address

Dhubri
783334

Telephone

+918822912899

Website

Alerts

Be the first to know and let us send you an email when The News 24Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The News 24Axom:

Share