12/09/2026
গোলকগঞ্জ আৰক্ষীৰ জালত গভাইত ছাগলী চোৰ আটক। চোৰ জন ধুবুৰীৰ ঝগৰাৰ পাৰ ৰাকিবুল খান।কালি সন্ধিয়া ভাগত AS 17P 3782 নম্বৰ বাহনেৰে গোলকগঞ্জৰ বানীয়ামাৰি ছাগলী চুৰি কৰিবলৈ যাওঁতে ৰাইজৰ হাতত ধৰা পৰে পিছে ৰাইজে গাড়ী সহ আটক কৰি গোলক গঞ্জ আৰক্ষীক গতাই দিয়ে গভাইত ছাগলী চোৰ ৰকিবুল খানক।