
19/09/2025
মৰমৰ জুবিন দা আৰু আমাৰ মাজত নাই !
তাৰ বিয়োগ যেন আমি মানি লৱ পৰা নাই!
মহা আল্লাহ যেন তাক সৰ্গত ঠাই দিয়ে
মোৰ অন্তৰৰ পৰা তাক শ্রদ্ধাঞ্জলি
আৰু লগতে তাৰ পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো।