TIMES Of Dhubri

TIMES Of Dhubri Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from TIMES Of Dhubri, Media/News Company, Dhubri.
(4)

পশ্চিমবংগ বিজেপিৰ সভাপতিৰ উপস্থিতিত কলকাতাত বিজেপিত যোগদান সুস্মিতা দেৱৰ
09/07/2026

পশ্চিমবংগ বিজেপিৰ সভাপতিৰ উপস্থিতিত কলকাতাত বিজেপিত যোগদান সুস্মিতা দেৱৰ

09/07/2026

গোলকগঞ্জ মাদ্ৰাছাৰ কাষত থকা হান্নানৰ মোবাইলৰ
দোকান – Prodhani Store ধামাকা বাম্পাৰ অফাৰ।
প্ৰতিটো ছেকেণ্ড হেণ্ড iPhone কিনিলেই পাব ছাইকেল
প্ৰতিটো ছেকেণ্ড হেণ্ড iPhone মাত্ৰ ১৩ হাজাৰ টকা
Android মোবাইল মাত্ৰ ৪ হাজাৰ টকাৰ পৰা আৰম্ভ।
যোগাযোগ: 9387027114

09/07/2026

গোলকগঞ্জ বজাৰৰ মণ্ডল মেডিকেল হলত গোলকগঞ্জ আৰক্ষীৰ অভিযান। MBBS (A.M) ডিগ্ৰী থকা বুলি পৰিচয় দিয়া পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ দিনহাটাৰ বিপুল কুমাৰ ৰায়ক আটক।

জাৰ্মানীত অনুষ্ঠিত পেৰা অলিম্পিকত সোণৰ পদক জয় কৰি দেশৰ গৌৰৱ বৃদ্ধি কৰিলে পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ বক্সিৰহাটৰ ৰাজবংশী ক...
09/07/2026

জাৰ্মানীত অনুষ্ঠিত পেৰা অলিম্পিকত সোণৰ পদক জয় কৰি দেশৰ গৌৰৱ বৃদ্ধি কৰিলে পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ বক্সিৰহাটৰ ৰাজবংশী কন্যা মায়া বৰ্মনে।

09/07/2026

মহাৰাষ্ট্ৰৰ ৰায়গড়ত প্ৰবল বৰষুণৰ ফলত LPG বটলিং প্লাণ্টত বাঢ়নী

মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাত একেৰাহে হোৱা প্ৰবল বৰষুণৰ ফলত HPCL-ৰ পাটালগংগা LPG বটলিং প্লাণ্টত বাঢ়নীৰ পানী সোমাই পৰে। ইয়াৰ ফলত প্ৰায় ৩ হাজাৰ LPG গেছ চিলিণ্ডাৰ পাটালগংগা নদীত উটি যায়। উটি যোৱা চিলিণ্ডাৰসমূহৰ ভিতৰত ভৰ্তি আৰু খালী—দুয়ো ধৰণৰ চিলিণ্ডাৰ আছিল বুলি জানিব পৰা গৈছে।

08/07/2026

গোলকগঞ্জত ট্ৰেইনৰ খুন্দাত জীতেন দাস নামৰ এজন যুৱক গুৰুতৰ আহত

08/07/2026

গোলকগঞ্জৰ গৌৰাং বাজাৰ flyover ৰ ওচৰৰ পথৰ ভিতৰভাগৰ তলফালে মাটি নাই। দুৰ্ঘটনা সংঘটিত হ’ব পাৰে

08/07/2026

গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ৰ সন্মুখত থকা MALAKAR DIGITAL POINT CUM POLLUTION TESTING CENTRE ত সকলো ধৰণৰ Online Apply সেৱা উপলব্ধ।
✅ সকলো ধৰণৰ যান-বাহনৰ ধোঁৱা পৰীক্ষা অৰ্থাত
Pollution Test কৰাব পাৰিব
✅ সকলো ধৰণৰ যান-বাহনৰ Insurance অৰ্থাত বীমা কৰাব পাৰিব- এই জুলাই মাহত ইয়াত আপোনালোকে Insurance অৰ্থাত বীমা কৰালে 10% ৰেহাই অৰ্থাত Discount পাব।
✅ ইয়াত নতুনকৈ PAN Card আবেদন কৰিব পাৰিব
✅ শিশুৰ Aadhaar Card আবেদন কৰিব পাৰিব
✅ Aadhaar Card Update কৰিব পাৰিব
✅ PM-KISAN Biomatric e-KYC কৰাব পাৰিব
✅ ইয়ত Farmer Registration অৰ্থাত কৃষক পঞ্জীয়ন কৰিব পাৰিব।
✅ Aadhaar Enabled Cash Withdrawal অৰ্থাত আধাৰ কাৰ্ডে টকা উঠাব পাৰিব।
✅ ইয়াত PMFBY অৰ্থাত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আবেদন কৰিব পাৰিব।
✅এক কথাত ইয়াত সকলো ধৰণৰ Online Apply সেৱা উপলব্ধ।

বিশ্বাসযোগ্য আৰু দ্ৰুত সেৱাৰ বাবে আজিেই যোগাযোগ কৰক।

📞 যোগাযোগ নম্বৰ: 7002152907

08/07/2026

মানুহৰ কামোৰত আহত
ডালিম ওৰফে তপন

08/07/2026

আগমনিত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ ধানখেতিত বাগৰি পৰিল গৰু কঢ়িয়াই নিয়া বিলাসী বাহন

Address

Dhubri

Website

Alerts

Be the first to know and let us send you an email when TIMES Of Dhubri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share