AP News

AP News News and entertainment

06/08/2026

নিশা গোলকগঞ্জৰ উত্তৰ মৰাগদাধৰ শিঙিমাৰিত হাহাকাৰ পৰিস্থিতি।গংগাধৰ নদীৰ গৰাখহনীয়াৰ কৱলত পৰি বিলুপ্তৰ পথত এখন গাঁও । পূৰ্বত গাঁওখনত আছিল প্ৰায় এহেজাৰ পৰিয়াল । কিন্তু বৰ্তমানে আছে মাথোন দুই তিনিশ পৰিয়াল । গাঁওখন হ'ল গোলকগঞ্জৰ উত্তৰ মৰাগদাধৰ শিঙিমাৰি গাঁও ।

05/08/2026

👉গোলকগঞ্জত মন্ত্ৰীৰ সমষ্টিত এখন প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা।
👉শ্ৰেনী কোঠালীৰ অভাৱত বাহিৰতে চলিছে পাঠদান।
এটা শ্ৰেনী কোঠালীতে চলিছে পাঁচটাকৈ পাঠদান।
👉ধুবুৰী জিলাৰ আগমনি প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত এইখন দক্ষিণ ঝাপুচাবাৰী প্ৰাথমিক বিদ্যালয়ৰ এই অৱস্থা।

05/08/2026

04/08/2026

আজিৰে পৰা উজনি অসমৰ বানাক্ৰান্তই লাভ কৰিব ১৫,০০০ হাজাৰ টকা।
03/08/2026

আজিৰে পৰা উজনি অসমৰ বানাক্ৰান্তই লাভ কৰিব ১৫,০০০ হাজাৰ টকা।

02/08/2026

📌 গোলকগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা ।
📌 পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ছয় ই-ৰিক্সা যাত্ৰী ।
📌 গোলকগঞ্জ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অভাৰ ব্ৰীজত সংঘটিত হয় এই পথ দুৰ্ঘটনা ।
📌 পথ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন বলেৰো পিক আপ ভেন চালক আৰু হেণ্ডিমেন ।
📌 পথ দুৰ্ঘটনা সংঘটিত কৰা বলেৰো পিক আপ ভেন খনৰ নম্বৰ AS-01 QC-5696 ।

02/08/2026

গোলকগঞ্জৰ উত্তৰ ৰায়পুৰত পথৰ দুৰৱস্থা। যাতায়াতত ৰাইজৰ দুৰ্ভোগ। আঁচনিৰ ধন আবন্টিতৰ পিছতো নহল কাম। ৰাইজ ক্ষুব্ধ।

01/08/2026

গোলকগঞ্জৰ পশ্চিম কানুৰী দ্বিতীয় খণ্ডত EKAL GRAMOTHAN FOUNDATION ৰ শুভ উদ্বোধন

01/08/2026

চৰকাৰ গঠন হোৱাৰ পিছত হিমন্ত চৰকাৰে "বুনিয়াদী অৰ্থনীতি সৱলীকৰণ ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি পূৰণ" শিৰোনামেৰে অৰুণোদয় ৩.০ আঁচনি মুকলি কৰে।

Address

DHUBRI
Dhubri
783335

Telephone

+917002290712

Alerts

Be the first to know and let us send you an email when AP News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AP News:

Shortcuts

Share